ৱৰ্ল্ড ৱাইড ৱেব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
23 নং শাৰী:
১৯৯১ চনৰ আগস্ত মাহৰ ৬ তাৰিখে [[টিম বাৰ্নাৰ্ছ লী]]য়ে ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে alt.hypertext newsgroup ত এটা চুটি সাৰাংখ লিখে। এই তাৰিখটোকে ইন্টাৰনেটত ৱেব ৰাজহুৱাভাৱে উপলব্ধ হোৱাৰ প্ৰথম তাৰিখ বুলি চিহ্ণিত কৰা হয়। ১৯৯২ বাৰ্নাৰ্ছ লীয়ে প্ৰথম ফ'টো আপল'ড কৰে।
 
ইউৰোপৰ বাহিৰত SPIRES-HEP ডেটাবেছক হ'ষ্ট কৰিবলৈ SLAC ত প্ৰথমটো ছাৰ্ভাৰ স্থাপন কৰা হয়। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত ৱৰ্ল্ড ৱাইড ৱেব সকলোৰে বাবে বিনমুলীয়া বুলি চাৰ্নে ঘোষণা কৰে। ইলিঅ'নছ ইউনিভাৰ্ছিটিৰ National Center for Supercomputing Applications ত মাৰ্ক এণ্ডাৰছনৰ নেতৃত্বত এদল গবেষকে [[মোজাইক]] (Mosaic) নামৰ এটা বাউজাৰ সাজি উলিয়াই। সাধাৰণতে ৱৰ্ল্ড ৱাইড ৱেব আৰু ইন্টাৰনেট একে যেন লাগিলেও কিন্তু এটা আনটোৰ সমাৰ্থক নহয়।
==প্ৰকাৰ==
ইন্টাৰনেট হ'ল পৰস্পৰৰ লগত সংযুক্ত কম্পিউটাৰ নেটৱৰ্কৰ এক সাৰ্বজনীন তন্ত্ৰ আৰু ৱেব হল ইয়াৰ এটা বিভাগ।
[[শ্ৰেণী:ইণ্টাৰনেট]]
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]