অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
38 নং শাৰী:
{{Main|অসমীয়া ভাষা}}
===স্বৰবৰ্ণ===
অসমীয়া ভাষাত স্বৰবৰ্ণৰ আখৰ ১১টা- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। এই সকলোবোৰ [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বাংলা ভাষা|বাংলা]] দুয়োটা ভাষাতে ব্যৱহাৰ কৰা হয়। আনহাতে অসমীয়া স্বৰধ্বনি হ'ল ৮ টা আৰু এই কেইটা হ'ল- অ (ɒ), অ' (ɔ), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (o)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- বাংলা , হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' (ৰি) বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই , ঔ=ও+ই। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ৺ () বুজোৱা হয়।
{| class="wikitable" width="55%"
|-
|+ '''অসমীয়া ভাষাৰ স্বৰধ্বনি'''<ref>{{cite book | title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | publisher=বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম | author=ড° গোলোকচন্দ্ৰ গোস্বামী | authorlink=স্বৰ-বৰ্ণমালা | year=১৯৯০ | pages=৪৫}}</ref> <ref>{{cite book | title=Assamese Its Formation and Development | publisher=LBS Publication, Guwahati | author=Banikanta Kakati | authorlink=Sounds and Letters | year=1995 | pages=56}}</ref>
|-
|-
! অসমীয়া স্বৰধ্বনি
! [[:en:IPA|আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি]]
! প্ৰতিনিধিত্ব কৰা আখৰ/ চিহ্ন