বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Unicodifying, replaced: ত → ৎ (100), | → । (64) using AWB
Hazard-SJ (আলোচনা) সম্পাদিত 67881 সংশোধনটি বাতিল কৰক
1 নং শাৰী:
{{Infobox disease
| Name = বেলৰ পক্ষাঘাৎপক্ষাঘাত (Bell's palsy)
| Image = Bellspalsy.JPG
| Caption = সোঁফালে বেলৰ পক্ষাঘাৎপক্ষাঘাত হোৱা এজন লোকে দাঁৎদাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা।
| DiseasesDB = 1303
| ICD10 = {{ICD10।G।51।0।g।50ICD10|G|51|0|g|50}}
| ICD9 = {{ICD9।351ICD9|351.0}}
| ICDO =
| OMIM =
| MedlinePlus = 000773
| eMedicineSubj = emerg
| eMedicineTopic = 56
| eMedicine_plus = {{eMedicine2।neuro।413eMedicine2|neuro|413}} {{eMedicine2।ent।719eMedicine2|ent|719}} {{eMedicine2।oph।508eMedicine2|oph|508}}
| MeshID = D020330
}}
 
'''বেলৰ পক্ষাঘাৎপক্ষাঘাত''' (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলৎফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাৎ।পক্ষাঘাত। ইয়াৰ ফলৎফলত পক্ষাঘাৎপক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ৎ্ৰণনিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণৎকাৰণত মুখৰ পক্ষাঘাৎপক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, [[ষ্ট্ৰোক]], [[লাইম ৰোগ]] আদি। যদি পক্ষাঘাৎৰপক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় ৎেৎিয়াতেতিয়া ইয়াক "বেলৰ পক্ষাঘাৎপক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগৎেআগতে [[স্কটলেণ্ড]]ৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগৎলগত ৎেওঁৰতেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়৷
 
মস্ৎিষ্কৰমস্তিষ্কৰ ভিৎৰৰভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ৷ এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈৎেসৈতে জড়িৎজড়িত হৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিৎপৰিচালিত হয়৷ গৎিকেগতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাৎপক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ৎবাধাপ্ৰাপ্ত হয়৷
 
==লক্ষণসমূহ==
মুখ মণ্ডলৰ এফাল হঠাৎেহঠাতে ৰাৎিটোৰৰাতিটোৰ ভিৎৰৎভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱাৰা হয়৷ হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷ খাওঁৎেখাওঁতে,গিলোৎেগিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিৎৰৎভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেৎিয়াবাকেতিয়াবা কাণৰ ভিৎৰৎভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানী বৈ থকা পৰিলক্ষিৎপৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷ পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণৎেসাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সৎবয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্ৎুকিন্তু যি কোনো বয়সৎেবয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগৎৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডৎইংলেণ্ডত প্ৰৎিপ্ৰতি বছৰে প্ৰৎ্যেকপ্ৰত্যেক ৫০০০জনৰ ভিৎৰৎভিতৰত এজনে এই ৰোগৎৰোগত ভোগে৷ আনহাৎেআনহাতে আমেৰিকাৎআমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিৎপালচিত আক্ৰান্ৎআক্ৰান্ত হয়৷ ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিৎশ্বাসজনিত ৰোগৎৰোগত ভোগা লোক আৰু ৰোগ প্ৰৎিৰোধৰপ্ৰতিৰোধৰ কম ক্ষমৎাক্ষমতা থকা লোকক সহজৎেসহজতে ৰোগাক্ৰান্ৎৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলৎাদুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলৎাদুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী ৎিনিসপ্ৎাহৰতিনিসপ্তাহৰ ভিৎৰৎভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেৎ্ৰৎক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷ সাধাৰণৎেসাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷
 
==ৰোগৰ কাৰণ==
ৰোগৰ উৎপৎ্ৎিৰউৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলৎফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলৎফলত লক্ষণসমূহ ফুটি উঠে৷ <ref>[http://www.medicinenet.com/facial_nerve_problems/page3.htm Facial Nerve Problems and Bell's Palsy Information on MedicineNet.com<!-- Bot generated title -->]</ref> কিন্ৎুকিন্তু মনৎমনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাৎআঘাত বা সংক্ৰমণৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷
 
==ৰোগৰ চিনাক্ৎকৰণচিনাক্তকৰণ আৰু যাবৎীয়যাবতীয় পৰীক্ষাসমূহ==
সাধাৰণৎেসাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাৎেইপৰীক্ষাতেই চিনাক্ৎচিনাক্ত হয়৷ ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি ৎেওঁৰতেওঁৰ যে টিউমাৰ, সংক্ৰমণ বা আঘাটপ্ৰাপ্ৎআঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেৎিয়াবাকেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষৎাসমক্ষতা আদিও পৰীক্ষা কৰা হয়৷
 
==চিকিৎসা==
বহুক্ষেৎ্ৰৎবহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷ এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিৎপ্ৰমাণিত নহ'ল৷ ষ্টেৰইড সাধাৰণৎেসাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্ৎাহএসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃৎউপকৃত হোৱা দেখা যায়৷<ref name="Sullivan-NEJM">{{cite journal ।author|author=Sullivan FM ।title|title=Early treatment with prednisolone or acyclovir in Bell's palsy ।journal|journal=N. Engl. J. Med. ।volume|volume=357 ।issue|issue=16 ।pages|pages=1598–607 ।year|year=2007 ।month|month=October ।pmid|pmid=17942873 ।doi|doi=10.1056/NEJMoa072006 ।url|url=http://content.nejm.org/cgi/pmidlookup?view=short&pmid=17942873&promo=ONFLNS19 ।author|author-separator=, ।author2|author2=Swan IR ।author3|author3=Donnan PT ।display|display-authors=3 ।last4|last4=Morrison ।first4|first4=Jillian M. ।last5|last5=Smith ।first5|first5=Blair H. ।last6|last6=McKinstry ।first6|first6=Brian ।last7|last7=Davenport ।first7|first7=Richard J. ।last8|last8=Vale ।first8|first8=Luke D. ।last9|last9=Clarkson ।first9|first9=Janet E.}}</ref><ref name="Salinas RA, Alvarez G, Daly F, Ferreira J 2010 CD001942">{{cite journal ।author|author=Salinas RA, Alvarez G, Daly F, Ferreira J ।title|title=Corticosteroids for Bell's palsy (idiopathic facial paralysis) ।journal|journal=Cochrane Database Syst Rev ।volume|volume=3 ।issue|issue= 3।pages3|pages=CD001942 ।year|year=2010 ।pmid|pmid=20238317 ।doi|doi=10.1002/14651858.CD001942.pub4 ।url|url= ।editor1|editor1-last=Salinas ।editor1|editor1-first=Rodrigo A}}</ref> বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যৎনযতন লব লাগে৷ ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ৎউপযুক্ত ব্যায়ামো লাগৎিয়াল৷লাগতিয়াল৷ কদাচিৎকদাচিত মুখায়বৰ বিকৃৎিবিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷
<!--উপসংহাৰ : - ৰোগী আৎংকিৎআতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শৎকৰাশতকৰা প্ৰায় এশ ভাগেই সম্ভব৷-->
 
==তথ্যসূত্ৰ==
==ৎথ্যসূৎ্ৰ==
{{reflist}}