প্ৰচলিত মুদ্ৰা (চলাৰ্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :an, ar, arc, ast, az, bar, bat-smg, be, be-x-old, bg, br, bs, ca, ckb, cs, cu, cy, da, de, el, eo, es, et, eu, ext, fa, fi, fo, fr, fy, ga, gl, hi, hif, hr, hu, hy, ia, id, is, it, ja, jv, ka, kk, kn, ko,...
23 নং শাৰী:
প্ৰাক্-আধুনিক চীনত ধাৰ আৰু হাজাৰটা তামৰ মুদ্ৰা বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা দূৰীকৰণৰ বাবে এটা সুবিধাজনক বিনিময়ৰ মাধ্যম প্ৰচাৰৰ প্ৰয়োজনীয়তাই কাগজী অৰ্থমুদ্ৰাৰ সূচনা কৰিছিল। এই কাগজী অৰ্থমুদ্ৰাকে আজিৰ দিনত সকলোৱে বেংক নোট বা কাগজী টকা হিচাপে জানে।
 
'''কাগজীবেংক টকাৰনোট বা অধিকোষ-পত্ৰৰ যুগ'''
 
এখন কাগজী টকাঅধিকোষ-পত্ৰ (যুক্তৰাষ্ট্ৰ আৰু কানাডাত সাধাৰণতে মূল্য-পত্ৰ(''bill'') বুলি জনা যায়) হৈছে প্ৰচলিত মুদ্ৰাৰ এটা প্ৰকাৰ, আৰু সাধাৰণতে বিভিন্ন অধিকাৰ-ক্ষেত্ৰত বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সৈতে কাগজী টকাইঅধিকোষ-পত্ৰই সকলো অৰ্থমুদ্ৰাৰ নগদ ৰূপটো গঠন কৰে। অষ্ট্ৰেলিয়াৰ ''Commonwealth Scientific and Industrial Research Organisation''য়ে ১৯৮০ চনত বিশ্বৰ প্ৰথম ''polymer currency'' সৃষ্টি কৰে আৰু ইয়াক ১৯৮৮ চনত ৰাষ্ট্ৰৰ দ্বিশতবাৰ্ষিকী উত্সৱত প্ৰচালনৰ কাৰণে গ্ৰহণ কৰা হয়। এতিয়া ২২ খনমান দেশত ব্যৱহৃত ''polymer currency''য়ে কাগজী টকাৰঅধিকোষ-পত্ৰৰ আয়ুস নাটকীয়ভাৱে বঢ়োৱাৰ লগতে জালিয়াতিও ৰোধ কৰে।
 
=='''আধুনিক প্ৰচলিত মুদ্ৰা'''==