থমাছ আলভা এডিচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
 
==টেলিগ্ৰাফাৰ==
এডিচনে এখন চলন্ত ট্ৰেইনৰ সন্মুখৰ পৰা জিমি মেকেঞ্জি নামৰ এটা তিনিবছৰীয়া শিশুক বচাইছিল। জিমিৰ দেউতাক জে. ইউ. মেকেঞ্জি আছিল এজন ষ্টেচন এজেণ্ট। কৃতজ্ঞতাৰ চিন-স্বৰূপে জিমিৰ দেউতাকে এডিচনক টেলিগ্ৰাফ অপাৰেটৰৰ কাম শিকালে। কাম শিকি এডিচনে গ্ৰেণ্ড ট্ৰাংক ৰেলৱেৰ টেলিগ্ৰাফিৰ কামত সোমোল। <ref>Baldwin, page 37</ref> ১৯৬৬ চনত এডিচনে কেণ্টাকি প্ৰদেশৰ লুইচভিলিলৈ যাত্ৰা কৰিলে। তাত তেওঁ ৱেষ্টাৰ্ণ ইউনিয়নৰ এজন কৰ্মচাৰী ৰূপে সংবাদ প্ৰতিষ্ঠান [[এচোচিয়েটেড প্ৰেছ]]ত সেৱা আগবঢ়াবলৈ ললে। বৈজ্ঞানিক অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে যাতে পৰ্যাপ্ত সময় পায়, তাৰ বাবে তেওঁ নাইট চিফ্ট (night shift) দিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনালে। পিছে ১৮৬৭ চনৰ এনিশা এটা লিড এচিড বেটাৰীৰে কাম কৰি থাকোঁতে চালফিউৰিক এচিদ মজিয়াত বিয়পি পৰিল। কিছু এচিদ এডিচনৰ মুৰব্বী বিষয়াগৰাকীৰ মেজৰ তলতো পৰিল। ঘটনাৰ ফলস্বৰূপে পিছদিনা পুৱাই এডিচনে কামৰ পৰা খেদা খালে। <ref>Baldwin, pages 40–41</ref>
 
এডিচনৰ প্ৰাৰম্ভিক কালৰ কিছুমান উদ্ভাৱন টেলিগ্ৰাফৰ সৈতে জড়িত আছিল; যেনে ষ্টক টিকাৰ (stock ticker)। এডিচনে প্ৰথম পেটেণ্ট লাভ কৰা উদ্ভাৱনটো হ'ল ইলেক্ট্ৰিক ভোট ৰেকৰ্ডাৰ। ই ১৮৬৯ চনৰ ১ জুন তাৰিখে যুক্তৰাষ্ট্ৰৰ পেটেণ্ট লাভ কৰিছিল। পেটেণ্ট নং আছিল ৯০,৬৪৬। <ref>{{cite web|url=http://patimg1.uspto.gov/.piw?docid=US000090646 |title=U.S. Patent 90,646 |publisher=Patimg1.uspto.gov |accessdate=January 9, 2010|archiveurl = http://www.webcitation.org/5umTav9mt |archivedate = December 6, 2010|deadurl=no}}</ref> <ref>[http://edison.rutgers.edu/vote.htm The Edison Papers], Rutgers University. Retrieved March 20, 2007.</ref>
Eventually, the latter pre-occupation cost him his job. One night in 1867, he was working with a [[lead–acid battery]] when he spilled [[sulfuric acid]] onto the floor. It ran between the floorboards and onto his boss's desk below. The next morning Edison was fired.<ref>Baldwin, pages 40–41</ref>
 
One of his mentors during those early years was a fellow telegrapher and inventor named [[Franklin Leonard Pope]], who allowed the impoverished youth to live and work in the basement of his [[Elizabeth, New Jersey]] home. Some of Edison's earliest inventions were related to telegraphy, including a stock ticker. His first patent was for the electric vote recorder, (U.S. Patent 90,646),<ref>{{cite web|url=http://patimg1.uspto.gov/.piw?docid=US000090646 |title=U.S. Patent 90,646 |publisher=Patimg1.uspto.gov |accessdate=January 9, 2010|archiveurl = http://www.webcitation.org/5umTav9mt |archivedate = December 6, 2010|deadurl=no}}</ref> which was granted on June 1, 1869.<ref>[http://edison.rutgers.edu/vote.htm The Edison Papers], Rutgers University. Retrieved March 20, 2007.</ref>
 
== Marriages and children ==