মহেন্দ্ৰ মোহন চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰাজ্যপাল ,মুখ্যমন্ত্রী,স্বাধীনতা আন্দোলন,
 
ৰাজ্যপাল ,মুখ্যমন্ত্রী,স্বাধীনতা আন্দোলন,
1 নং শাৰী:
'''মহেন্দ্র মোহন চৌধুৰীৰ''' জন্ম ১৯০৯ চনত অসমৰ বর্তমান বৰপেটা জীলাৰ অর্ন্তগত নগাও নামৰ গাওত। এল এল বি পাচ কৰি তেও মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰনুৱা হৈ পৰে।গোপিনাথ বৰদলৈ নেতৃত্ত্তত অসমক গ্রুপিঙৰ পৰা ৰক্ষাকৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্রীৰামপুৰত লগ কৰি অসমক পুব পাকিস্থানৰ অঙ্গ নোহোৱাৰ বাবে যোৰা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্র মোহন ছৌধুৰী।
স্বাধীনতাৰ পিচত তেও ভাৰতীয় জাতীয় কংগ্রেজৰ ৰাজনীতিত কৰি ১৯৫৭ চনত তেও নিখিল ভাৰত কঙ্গরেজ কমিটীৰ সাধাৰন সম্পাদক হিচাপে নিযুক্ত হৈচিল পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰচতুর্থজন মুখ্যমন্ত্রী ৰুপে নিযুক্ত হয়।ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে কার্য্ুনির্বাহ কৰে।এই সময়তে তেখতে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ কর্মাৰাজী আন আন ৰাজ্যলৈ বিয়পাব বহু প্রচেষ্তা হাতত লয়।পাঞ্জাৱৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ। অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বিকৃতি পোৱাতো তেখেতৰ অবদান উল্লেখযোগ্য।