ত্বৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ত্বৰণ অনুবাদ শেষ
37 নং শাৰী:
 
য’ত, '''u'''<sub>n</sub> হৈছে পদাৰ্থ কণিকাটোৰ গতিপথৰ [[একক অভিলম্ব ভেক্টৰ]] (ভিতৰলৈ), আৰু ''R'' হৈছে তাৎক্ষণিক [[ভাঁজ ব্যাসাৰ্ধ]] যিবোৰ ''t'' সময়ত [[অস্কুলেটিঙ চাৰ্কল]]ৰ পৰা লোৱা। এই অংশবোৰক [[স্পৰ্শকীয় ত্বৰণ]] আৰু ৰৈশিক ত্বৰণ নাইবা অপকেন্দ্ৰিক ত্বৰণ (চাওক [[বৄত্তীয় গতি]] আৰু [[অপকেন্দ্ৰিক বল]]) বুলি কোৱা হয়।
==বিশেষ অৱস্থাসমূহ==
===সমত্বৰণ===
কোনো গতিশীল বস্তুৰ [[বেগ]]ৰ পৰিৱৰ্তন যদি সমান সময় অন্তৰালত সমান হয় তেতিয়া সেই বস্তুৰ ত্বৰণক সমত্বৰণ বোলা হয়।
মধ্যাকৰ্ষণৰ প্ৰভাৱত মুক্তভাৱে তললৈ পৰি থকা বস্তু এটা সমত্বৰণৰ এটা সাধাৰণ ঊদাহৰণ, কোনো আন বাধাৰ অনুপস্থিতিত মুক্তভাৱে তললৈ পৰি থকা বস্তু এটাৰ ত্বৰণ কেৱল মধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰশীল হয় (ইয়াক মধ্যাকৰ্ষণিক ত্বৰণো বোলা হয়)। [[নিউটনৰ গতিৰ সূত্ৰ|নিঊটনৰ দ্বিতীয় সূত্ৰৰ]] মতে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা [[বল]] (F),
 
:<math> \mathbf {F} = m \mathbf {g}</math>
 
সৰণ, প্ৰাৰম্ভিক বেগ, অন্তিম বেগ, সময় আৰু ত্বৰণৰ মাজৰ সম্পৰ্ক তলৰ সমীকৰণ সমূহেৰে প্ৰকাশ কৰিব পাৰি:<ref>{{cite book
| title = Physics for you: revised national curriculum edition for GCSE
| author = কেইথ জনচন
| publisher = নেলচন থ’ৰনচ
| year = ২০০১
| edition = ৪ৰ্থ
| page = ১৩৫
| url = http://books.google.com/books?id=D4nrQDzq1jkC&pg=PA135&dq=suvat#v=onepage&q=suvat&f=false
| isbn = 978-0-7487-6236-1}}</ref>
 
:<math> \mathbf {v}= \mathbf {u} + \mathbf {a} t </math>
 
:<math> \mathbf {s}= \mathbf {u} t+ {{1} \over {2}} \mathbf {a}t^2 = {{(\mathbf{u}+\mathbf{v})t} \over {2}} </math>
 
:<math> |\mathbf {v}|^2= |\mathbf {u}|^2 + 2 \, \mathbf {a} \cdot \mathbf {s} </math>
 
য’ত
 
:<math>\mathbf{s}</math> = সৰণ
 
:<math>\mathbf{u}</math> = প্ৰাৰম্ভিক বেগ
 
:<math>\mathbf{v}</math> = অন্তিম বেগ
==তথ্যসুত্ৰ==
 
:<math>\mathbf{a}</math> = সমত্বৰণ
{{Reflist}}
 
:<math>t</math> = সময়
 
প্ৰথম অৱস্থাত ত্বৰণ আৰু গতিৰ দিশ একে নোহোৱা সমত্বৰণেৰে গতি কৰা বস্তু এটাৰ গতিক দূটা ভাগত বিভক্ত কৰিব পৰা যায়। এটা ঊপাংশ(ভাগ) ৰ বেগ স্থিৰ হয় আৰু আনটোৰ বেগ ওপৰৰ সমীকৰণেৰে নিৰ্ণয় কৰিব পাৰি, গেলিলিউৱে দেখুওৱাই গৈছিল যে এনে ত্বৰণেৰে গতি কৰা বস্তুৰ গতিপথ উপবৃত্তীয় হয়।
<ref>
{{cite book
| title = Understanding physics
| author = ডেভিদ চি. কেচিডে, জেৰাল্ড জেমচ হ’ল্টন আৰু এফ. জেমচ ৰাডাৰফ’ৰ্ড
| publisher = Birkhäuser
| year = ২০০২
| isbn = 978-0-387-98756-9
| page = ১৪৬
| url = http://books.google.com/books?id=iPsKvL_ATygC&pg=PA146&dq=parabolic+arc+uniform-acceleration+galileo#v=onepage&q=parabolic%20arc%20uniform-acceleration%20galileo&f=false
}}</ref>
 
===বৃত্তীয় গতি===
 
সুষম বৃত্তীয় গতি হৈছে সমদ্ৰুতিৰে কিন্তু দিশৰ পৰিৱৰ্তনেৰে গতি কৰাৰ বাবে কোনো বস্তুৱে লাভ কৰা ত্বৰণৰ ঊদাহৰণ। এই ক্ষেত্ৰত বস্তুটোৱে সমদ্ৰুতিৰে গতি কৰি থাকে যদিও প্ৰতি মুহূৰ্ততে ইয়াৰ দিশৰ পৰিৱৰ্তন হৈ থকাৰ বাবে ইয়াৰ বেগৰ পৰিৱৰ্তন হৈ থাকে, এই বেগৰ দিশ বৃত্তৰ স্পৰ্শকৰ দিশত হয়। এই ক্ষেত্ৰত ত্বৰণৰ দিশ বৃত্তটোৰ কেন্দ্ৰাভিমূখী হয় আৰু ইয়াৰ মান:
 
:<math> a = {{v^2} \over {r}}</math> হয়
 
য’ত ''v'' হৈছে বস্তুটোৰ [[দ্ৰুতি]].
বস্তুটোৰ radial acceleration তাৰ [[কৌণিক বেগ]] <math>\omega</math>ৰ পৰা নিৰ্ভয় কৰিব পাৰি,
 
:<math> \mathbf {a}= {-\omega^2} \mathbf {r}. </math>
 
গতিকে সুষম বৃত্তীয় গতিৰে গতি কৰা বস্তু এটাৰ ত্বৰণ সদায় কেন্দ্ৰাভিমূখী হয় অৰ্থাত ই অভিকেন্দ্ৰীক, এই ক্ষেত্ৰত বৃত্তৰ স্পৰ্শকৰ দিশত থকা বস্তুটোৰ [[ৰৈখিক ভৰবেগ]] বাবে হোৱা '''চিউড’ বলে''' অপকেন্দ্ৰীক বলৰ ভূমিকা পালন কৰে আৰু বস্তুটোক বৃত্তীয় গতি প্ৰদান কৰে।
 
==আপেক্ষিকতাৰ সৈতে সম্পৰ্ক==
কোনোৱে মধ্যাকৰ্ষণৰ বাবে অনুভৱ কৰা বল আৰু ত্বৰণৰ বাবে পোৱা একেই, যিহেতু এই দূই বল একেই যদি আপুনি মধ্যাকৰ্ষণৰ প্ৰভাৱ অনুভৱ কৰিছে তেনেহ’লে আপুনি ত্বৰিত হৈ আছে, আইনষ্টাইনে ইয়াক সমতাৰ সূত্ৰ বুলি কৈ গৈছে, আইনষ্টাইনৰ মতে কেৱল মাত্ৰ সেইসকলহে (বা সেইবোৰ বস্তুহে) ত্বৰিত হৈ নাথাকে যাৰ ওপৰত কোনো বলৰ প্ৰভাৱ নাথাকে। "<ref>Brian Greene, The Fabric of the Cosmos, page 67. Vintage ISBN 0-375-72720-5</ref>
 
== লগতে চাওক ==
 
* [[কৌণিক ত্বৰণ]]
* [[মধ্যাকৰ্ষণিক ত্বৰণ]]
* [[গতিৰ সমীকৰণ]]
* [[নিঊটনৰ গতিৰ সমীকৰণ]]
 
 
==তথ্যসূত্ৰ==
 
{{Reflist|2}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Acceleration|ত্বৰণ}}
* [http://www.unitjuggler.com/convert-acceleration-from-ms2-to-fts2.html ত্বৰণ মাপক ] সৰল ত্বৰণ একক পৰিৱৰ্তক
* [http://measurespeed.com/acceleration-calculator.php Measurespeed.com - ত্বৰণ মাপক] প্ৰাৰম্ভিক বেগ, অন্তিম বেগ আৰু সময়ৰ ভিত্তিৰ ত্বৰণ মাপক
 
 
 
 
[[af:Versnelling]]
[[am:ፍጥንጥነት]]
[[ar:تسارع]]
[[an:Aceleración]]
[[ast:Aceleración]]
[[az:Təcil]]
[[bn:ত্বরণ]]
[[zh-min-nan:Ka-sok-tō͘]]
[[be:Паскарэнне]]
[[be-x-old:Паскарэньне]]
[[bg:Ускорение]]
[[bs:Ubrzanje]]
[[ca:Acceleració]]
[[cs:Zrychlení]]
[[sn:Rufangu]]
[[cy:Cyflymiad]]
[[da:Acceleration]]
[[de:Beschleunigung]]
[[et:Kiirendus]]
[[el:Επιτάχυνση]]
[[es:Aceleración]]
[[eo:Akcelo]]
[[eu:Azelerazio]]
[[fa:شتاب]]
[[hif:Acceleration]]
[[fr:Accélération]]
[[fy:Fersnelling (natuerkunde)]]
[[ga:Luasghéarú]]
[[gv:Bieauaghey]]
[[gl:Aceleración]]
[[hak:Kâ-suk-thu]]
[[ko:가속도]]
[[hi:त्वरण]]
[[hr:Ubrzanje]]
[[io:Acelero]]
[[id:Percepatan]]
[[ia:Acceleration]]
[[is:Hröðun]]
[[it:Accelerazione]]
[[he:תאוצה]]
[[krc:Терклениу]]
[[ka:აჩქარება]]
[[kk:Үдеу]]
[[la:Acceleratio]]
[[lv:Paātrinājums]]
[[lt:Pagreitis]]
[[hu:Gyorsulás]]
[[mk:Забрзување]]
[[ml:ത്വരണം]]
[[mr:त्वरण]]
[[arz:تسريع]]
[[ms:Pecutan]]
[[mn:Хурдатгал]]
[[nl:Versnelling (natuurkunde)]]
[[ne:प्रवेग]]
[[new:प्रवेग]]
[[ja:加速度]]
[[no:Akselerasjon]]
[[nn:Akselerasjon]]
[[nov:Akseleratione]]
[[oc:Acceleracion]]
[[pa:ਤਵਰਣ]]
[[pnb:اسراع]]
[[km:សំទុះ]]
[[pl:Przyspieszenie]]
[[pt:Aceleração]]
[[ro:Accelerație liniară]]
[[qu:P'ikwachiy]]
[[rue:Акцелерація]]
[[ru:Ускорение]]
[[sq:Nxitimi]]
[[scn:Accilirazzioni]]
[[si:ත්වරණය]]
[[simple:Acceleration]]
[[sk:Zrýchlenie]]
[[sl:Pospešek]]
[[szl:Szwůng]]
[[ckb:لەز]]
[[sr:Убрзање]]
[[sh:Ubrzanje]]
[[su:Akselerasi]]
[[fi:Kiihtyvyys]]
[[sv:Acceleration]]
[[tl:Akselerasyon]]
[[ta:முடுக்கம்]]
[[tt:Тизләнеш]]
[[te:త్వరణము]]
[[th:ความเร่ง]]
[[tr:İvme]]
[[uk:Прискорення]]
[[ur:اسراع]]
[[vec:Acelerasion]]
[[vi:Gia tốc]]
[[fiu-vro:Kipõndus]]
[[war:Akselerasyon]]
[[yi:פארגיכערונג]]
[[zh-yue:加速度]]
[[zh:加速度]]
[[শ্ৰেণী:ধ্ৰুপদী বলবিজ্ঞান]]
"https://as.wikipedia.org/wiki/ত্বৰণ"ৰ পৰা অনা হৈছে