চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নির্মাণ কৰা হয়।
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথম [[লোকপিয়ল]] আৰম্ভ কৰে।
 
 
===মৃত্যু===
 
১৫৩৯ চনত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্রত শুই থকা অৱস্থাতে তেওঁ প্রাণ হেৰুৱায়।
 
===তথ্যসূত্র===
 
* সাতসৰী অসম বুৰঞ্জী - ড. সূর্য্যকুমাৰ ভূঞা সম্পাদিত
* অসম দেশৰ বুৰঞ্জী - ড. লক্ষ্মী দেৱী
* টাই সংস্কৃতিৰ ৰূপৰেখা - ড. লীলা গগৈ