চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
 
 
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়। ১৫৩২ চনত বংগৰ সেনাপতি [[তুর্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্রমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্রাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্রাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্রগোঁহাই]]ৰ হাতত তুর্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।
১৫৩২ চনত বংগৰ সেনাপতি [[তুর্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্রমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্রাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্রাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্রগোঁহাই]]ৰ হাতত তুর্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
 
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নির্মাণ কৰা হয়।
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথম [[লোকপিয়ল]] আৰম্ভ কৰে।
 
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথম [[লোকপিয়ল]] আৰম্ভ কৰে।
 
===মৃত্যু===