বহুমূত্ৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.7.3) (ৰবট পৰিবৰ্তন কৰিছে: en:Diabetes mellitus |
Madhabsaikia (আলোচনা | বৰঙণি) চিকিৎসা শব্দৰ শুধৰণি |
||
17 নং শাৰী:
[[মানব শৰীৰ]]ৰ [[পাচনতন্ত্ৰ]]ৰ লগত জড়িত পেন্ক্ৰিয়াছ বা অগ্ন্যাশয়ে যদি যথেষ্ঠ [[ইনচুলিন]] তৈয়াৰ কৰিব নোৱাৰে অথবা শৰীৰে যদি উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হয়, তেন্তে সেই ৰোগক '''ডায়েবেটিচ''' ({{lang-en|Diabetes}} বা Diabetes mellitus) বা '''বহুমুত্ৰ ৰোগ''' বা '''মধুমেহ ৰোগ''' বুলি কোৱা হয়। এনে অৱস্থাত [[তেজ]]ত [[চেনী]] বা শৰ্কৰাৰ উপস্থিতিজনিত অসামঞ্জস্য দেখা দিয়ে। ইনছুলিন কমি যোৱাই হ’ল এই ৰোগৰ মূল কথা। অগ্ন্যাশয়ৰ পৰা নিঃসৃত হৰমন ইনছুলিন, যাৰ সহায়তায় দেহৰ কোষসমূহে তেজৰ পৰা গ্লুকোজলৈ নিবলৈ সমৰথ হয় আৰু একে শক্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইনছুলিন উৎপাদন বা ইনছুলিনৰ কাম কৰাৰ ক্ষমতা - ইয়াৰ এটা বা দুটা যদি কোনোটোৱেই নহয়, তেন্তে তেজত গ্লুক’জ বঢ়ি যায়। আৰু ইয়াৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নানা ধৰনৰ জটিলতা, দেহৰ কোষৰ লগতে আৰু অংগসমূহো বিকল হ’ব পাৰে।
ডায়েবেটিচ ৰোগ এটি হৰম’নজনিত ৰোগ| এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়| ডায়েবেটিচ ৰোগ [[
51 নং শাৰী:
|}
* টাইপ-১ আৰু
* টাইপ-২|
67 নং শাৰী:
ডায়েবেটিচ যিহেতু গ্ৰন্থিৰ ৰোগ, গতিকে ই বংশগত কাৰণতে হোৱাৰ সম্ভাৱনা বেছি থাকে| কিয়নো বংশগতিৰ জৰিয়তে পিতৃ পুৰুষৰ বেছিভাগ গুণেই উত্তৰ পুৰুষলৈ প্ৰবাহিত হয়| বংশগত কাৰণৰ ওপৰিও বৰ্তমান যুগৰ মানুহে গ্ৰহণ কৰা আধুনিক জীৱন শৈলীকো ডায়েবেটিচ ৰোগৰ অন্যতম কাৰণ হিচাপে বিজ্ঞানীসকলে চিনাক্ত কৰিছে| আমাৰ সু-স্বাস্থ্যৰ বাবে শৰীৰৰ অন্তৰ্ভাগত চলা সকলো শৰীৰ ক্ৰিয়া যেনে-ৰক্ত -সঞ্চালন, ৰেচন, শ্বাস-প্ৰশ্বাস, হৰম’ন গ্ৰন্থিৰ হৰম’ন নি:সৰন কাৰ্য্য ইত্যাদি সঠিকভাৱে চলাটো অতি প্ৰয়োজনীয়| শৰীৰ ক্ৰিয়াসমূহ এক স্বয়ংক্ৰিয় পদ্ধতিত চলি থাকে| দেখা গৈছে মানুহৰ চিন্তাধাৰা যোগাত্মক দিশত ধাবিত হ’লে মগজুৰ ক্ৰিয়া সুস্থিৰ অৱস্থাত থাকে আৰু এনে অৱস্থাত শৰীৰ কাৰ্য্যসমূহ সঠিকভাৱে চলি থাকে| কিন্তু বিভিন্ন কাৰকৰ প্ৰভাৱত যেনে- খং বা ক্ৰোধ, মানসিক উদ্বিগ্নতা আদি ঋণাত্মক কাৰকৰ প্ৰভাৱত মানুহৰ মগজুৰ ক্ৰিয়া বা মানসিক অৱস্থা অস্থিৰ হৈ পৰিলে শৰীৰ ক্ৰিয়া সমূহত বিসঙ্গতিয়ে দেখা দিয়ে আৰু বিভিন্ন ৰোগৰ সৃষ্টি হয়| আধুনিক জীৱন শৈলী মানেই হৈছে- ভোগবাদী মানসিকতা| ভোগবাদী মানসিকতাৰ বাবে আমাৰ জীৱনত উদ্বিগ্নতাৰ সৃষ্টি হয় আৰু তাৰ ফলত মগজুৱে শৰীৰৰ অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ কৰণ কৰ্ম পৰিচালনা কৰাত বিসঙ্গতিয়ে দেখা দিয়ে| ফলস্বৰূপে অন্ত:ক্ষৰা গ্ৰন্থিৰ হৰম’ন নি:সৰন প্ৰক্ৰিয়া অনিয়মীয়া হয় বাবে এনে হৰম’নজনিত ৰোগৰ উত্পত্তি হয়| চিকিত্সা বিজ্ঞানী সকলৰমতে অগ্নাশয় বা পেন্ক্ৰিয়াছ গ্ৰন্থিত থকা এক বিশেষ ধৰণৰ কোষে ইন্চুলিন নি:সৰন কৰে| এই কোষবোৰক বিটা-কোষ (B-Cell) নামাকৰণ কৰা হৈছে| প্ৰকৃততে এই বিটা কোষবোৰ ধ্বংস হোৱাৰ ফলতে ইন্চুলিন নি:সৰন প্ৰক্ৰিয়া বিসঙ্গতিপূৰ্ণ হৈ পৰে| শাৰীৰিক শ্ৰম নকৰাকৈ অতিভোজন কৰাটোও ডায়েবেটিচ ৰোগৰ অন্য এক কাৰণ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে|
== চিকিৎসা ==
ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াভাৱে
বৰ্তমান যুগত
==নিয়ন্ত্ৰণ==
প্ৰকৃততে ডায়েবেটিচ ৰোগৰ
প্ৰায় ছয়হেজাৰ বছৰৰ পূৰ্বে ভাৰতীয় ঋষিমুনিসকলে মানুহৰ মন সুস্থিৰ অৱস্থাত ৰাখিব পৰা ’যোগ’ পদ্ধতিৰ উদ্ভাৱন কৰি থৈ গৈছে| পৰৱৰ্তী সময়ত এই যোগ পদ্ধতি ’যোগ
ডায়েবেটিচ ৰোগৰ
==ভাৰতবৰ্ষত বহুমুত্ৰ ৰোগৰ প্ৰভাৱ==
[[ভাৰতবৰ্ষ]]ত যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে| এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত| কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে<ref>Davidson’s Principles & Practice of Medicine</ref>| [[পৃথিৱী]]ৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায়| ইণ্টাৰনেচনেল ডায়েবেটিচ ফেডাৰেচনে প্ৰকাশ কৰা মতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৫০.৮ নিযুত লোকেই ডায়েবেটিচ ৰোগত ভুগি আছে<ref name="Gale">{{cite news|url=http://www.bloomberg.com/news/2010-11-07/india-s-deadly-diabetes-scourge-cuts-down-millions-rising-to-middle-class.html|title=India’s Diabetes Epidemic Cuts Down Millions Who Escape Poverty|last=Gale|first=Jason|date=November 7, 2010|work=Bloomberg|accessdate=8 June 2012}}</ref>| ডায়েবেটিচ ৰোগীৰ এই পৰিসংখ্যাত ভাৰতৰ স্থান প্ৰথম| সেয়ে, ভাৰতবৰ্ষক ডায়েবেটিচৰ ৰাজধানী বুলি কোৱা হয়| বৰ্তমান ভাৰতত বিভিন্ন ঠাইত ব্যক্তিগত খণ্ডত ডায়েবেটিচ ৰোগৰ
|