অৰ্ধপৰিবাহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
 
 
ব্যৱসায়িকভাৱে চিলিকনক সধাৰণতে অৰ্ধপৰিবাহী হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু জাৰ্মেনিয়াম,গেলিয়াম আৰ্চেনাইড আৰু চিলিকন কাৰ্বাইড আদি পদাৰ্থও অৰ্ধপৰিবাহী হিচাপে ব্যৱহাৰ কৰা হয়। বিশুদ্ধ অৰ্ধপৰিবাহীত খুব কম পৰিমানে অন্য কিছুমান বিশেষ পদাৰ্থ যোগ কৰি পৰিবাহীতা আৰু অন্যান্য কিছুমান ধৰ্ম‌ নিয়ন্ত্ৰিতভৱে সলনি কৰিব‌ পাৰি। বিশুদ্ধ অৰ্ধপৰিবাহীত যোগ দিয়া এ‌ই পদৰ্থবোৰক “[[ড’পেণ্ট]]” বোলা হয়। স্ফটিকীয় চিলিকনত গলিত অৱস্থাত ব’ৰ’ণ, ফচফৰাচ আদি অশুদ্ধি যোগ কৰি গোট মাৰিবলৈ দি ড’পেণ্ট যোগ কৰা হয়। এ‌ই প্ৰক্ৰিয়াটোক “[[ড’পিং]]” বোলা হয়।হয়<ref>{{GoldBookRef|title=semiconductor|file=S05591}}</ref>।
 
==শক্তি পটী আৰু বিদ্যুৎ পৰিবহীতা==