শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :af, am, an, ang, ar, arz, az, be, be-x-old, bg, bn, bo, bs, ca, cs, cy, da, de, diq, el, eo, es, et, eu, fa, fi, fiu-vro, fr, ga, gan, gl, hak, he, hi, hr, hu, ia, id, io, is, it, ja, jbo, kk, kn, ko, la,...
No edit summary
1 নং শাৰী:
[[File: Thoth08BigasDrumEvansChalmette.jpg|thumb|আৱৰণৰ কম্পনৰ দ্বাৰা ঢোল এটাই শব্দ সৃষ্টি কৰে]]
শব্দ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ।‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক [[যান্ত্ৰিক তৰংগ]] বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰনৰ উদ্দীপনা।<ref>The American Heritage Dictionary of the English Language, Fourth Edition, Houghton Mifflin Company, 2000, archived from the original on June 25, 2008, retrieved May 20, 2010</ref>
== শব্দৰ গতি==
[[File: Ear.jpg|thumb|মানুহৰ শ্ৰবণ ইন্দ্ৰিয় কাণ]]
35 নং শাৰী:
বিজ্ঞানৰ যিটো বিভাগ, কঠিন, তৰল আৰু গেছীয় পদাৰ্থত বিভিন্ন যান্ত্ৰিক তৰংগ যেনে কম্পন, শব্দ‌, অতিশব্দ, অৱশব্দকে আদিৰ বিষয়ে অধ্যয়ণৰ লগত জড়িত তাকে শব্দবিদ্যা বা এক’ষ্টিক্‌চ্‌ বুলি কোৱা হয়। আধুনিক সমাজৰ প্ৰায় সকলো ক্ষেত্ৰতে শব্দবিদ্যাৰ প্ৰয়োগ দেখা যায়।
 
==তথ্য সূত্ৰ==
 
<references/>
 
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে