দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

87 নং শাৰী:
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত [[শোণিতপুৰ জিলা]] আৰু ২০০৪ চনত [[ওদালগুৰি জিলা]] পৃথক হয়।
 
'''দৰং জিলা''' এটা ঠেক সমভুমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা ব্ৰহ্মপুত্ৰ নদ ৰ মাজত অবস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাবে। ১৬ শতিকাৰ আৰম্ভনিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং ৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্রীষ্টাব্দত আহোম স্বর্গদেউ প্রতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, '''ধর্মনাৰায়ন''' নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে। কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্র আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ন '''কেপ্তেইন ৱেল্স''' আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়ীক প্রস্তাব মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চর্ত প্রয়োগ কৰি আহোম ৰাজ্য গ্রাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্রীঃৰ মার্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তর্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্রধান কার্‍্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে,আৰু ১৯৮৩ চনলৈ তেজপুৰেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ ম জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
 
==দৰং জিলাৰ চাৰিসীমা==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে