প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
18 নং শাৰী:
==প্ৰভাৱ==
[[File:Health effects of pollution.png|thumb|250px|মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ।]]
'''==মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ'''==
প্রতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্রদূষণৰ ফলত মানুহৰ শ্বাস- প্রশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজানুযুক্ত পানী খোৱাৰ ফলত প্রতিদিনে প্রায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্রায় ১০০০ জন শিশুৱে গ্রহনী জনিত ৰোগত প্রতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্রদূষণৰ ফলত আমাৰ শ্রৱণ ক্ষমতা হ্রাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্রাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে।
 
 
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে