দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.3) (ৰবট যোগ দিছে :ar:دارانغ
78 নং শাৰী:
==নামৰ ইতিবৃত্ত==
প্রাচীনকালত ভাৰতৰ [[উত্তৰ-পূব ভাৰত|উত্তৰ পূ্ব প্রান্তৰ]] লৌহিত্যৰ উত্তৰ ফালে থকা প্রাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক '''দৌৰঙ্গ''' বা '''দ্যোৰঙ্গ''' বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা বাখ্যা অনুসৰি ''''দ্যোৰ'''' শব্দৰ অর্থ দেৱতাৰ আৰু ''''ৰঙ্গ''''ৰ অর্থ আনন্দ বা সুখৰ ঠাই। কালক্রমত এই ভূ-খণ্ডই দৰঙ্গ বা '''দৰং''' নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদুলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষন কৰে। প্রাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়ত আছিল। [[বানীকান্ত কাকতি| ড° বানীকান্ত কাকতি]]ৰ মতে দৰং শব্দতো অষ্ট্রিক ভাষাৰ পৰা অহা।<ref>Assamese its Formation and Developement , Dr. Banikanta Kakati</ref> আন এজন ভাষাতাত্বিক গ্রিয়ার্ছন চাহাবে তেওঁৰ গ্রন্থ 'ডি লেংগুইষ্টিক চার্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষন কৰিছে।<ref>মংগলদৈ নগৰৰ ইতিহাস, শ্রী ধনপতি কলিতা</ref>
 
আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে। <ref>দুনী সাহিত্য সভাৰ মুখপত্ৰ, শ্ৰীমিশ্ৰ কুমাৰ শৰ্মা</ref>
 
==ইতিহাস==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে