তাজমহল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :sa:ताजमहल्
r2.7.3) (ৰবট যোগ দিছে :af:Taj Mahal; cosmetic changes
34 নং শাৰী:
তাজমহলক (''তাজ'' নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত [[পাৰস্য]], [[তুৰস্ক]], ভাৰতীয় আৰু ইছলামী স্থাপত্যশিল্পেৰ সংমিশ্ৰণ ঘটাই নিৰ্মান কৰা হৈছে। যদিও কেৱল মাৰ্বলৰে গম্বুজাকৃতি ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত [[ইউনেস্কো]] [[বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage।"<ref name="unesco"/>
 
== তাজমহল নিৰ্মানৰ ইতিহাস ==
[[চিত্ৰ:Shahjahan.jpg|thumb|right|300px|ছাহজাহান, যিজনে তাজমহল নিৰ্মাণ কৰিছিল]]
১৬৩১ খৃষ্টাব্দত [[মোগল সাম্ৰাজ্য|মোগল সাম্ৰাজ্যৰ]] সমৃদ্ধশালী সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ দ্বিতীয় পত্নী [[মুমতাজ মহল|মুমতাজ মহলৰ]] মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান [[গৌহৰ বেগম|গৌহৰ বেগমক]] জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।<ref>[http://www.pbs.org/treasuresoftheworld/a_nav/taj_nav/main_tajfrm.html www.pbs.org]</ref>
43 নং শাৰী:
{{cquote|দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক [[দিল্লী|দিল্লীতকৈয়ো]] শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট [[জাহাঙ্গীৰ|জাহাঙ্গীৰে]] তেওঁৰ পিতা [[আকবৰ|আকবৰৰ]] সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মান যে পত্নীয়ে জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছটো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।}}
 
== তথ্যসূত্ৰ ==
{{reflist}}
 
== অধিক পঢ়ক ==
<div class="references-small">
* Asher, Catherine B. ''Architecture of Mughal India'' New Cambridge History of India I.4 (Cambridge University Press) 1992 ISBN 0-521-26728-5
67 নং শাৰী:
 
 
== বাহ্যিক সংযোগ ==
{{commons|Taj Mahal|তাজমহল}}
* [http://www.propertyinvestmentproject.co.uk/blog/2007/04/11/the-taj-mahal-facts-and-myths/ Taj Mahal Facts And Myths]
86 নং শাৰী:
{{ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ তালিকা}}
{{Tourism in India}}
 
[[শ্ৰেণী:ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান]]
 
{{Link FA|ca}}
Line 92 ⟶ 94:
{{Link FA|pt}}
 
[[af:Taj Mahal]]
[[শ্ৰেণী:ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান]]
 
[[am:ታጅ ማሃል]]
[[an:Tach Mahal]]
"https://as.wikipedia.org/wiki/তাজমহল"ৰ পৰা অনা হৈছে