প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
7 নং শাৰী:
 
* '''বায়ু প্ৰদূষণ'''
বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্রভাবপ্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদার্থৰপদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্রদূষনপ্ৰদূষন হোৱা বুলি কোৱা যায়। এনে প্রদূষণপ্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদার্থৰপদাৰ্থৰ ভিতৰত প্রধানপ্ৰধান হৈছে কার্বনকাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকার্বনক্লৰফ্লৰকাৰ্বন,নাইত্রজেননাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্রদূষকবোৰপ্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবর্জনাআবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নির্গতনিৰ্গত হয়।
* '''পানী (জল) প্ৰদূষণ'''
খোৱা পানী বা সমুদ্রৰসমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদার্থৰপদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্রদূষনপ্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্রদূষণপ্ৰদূষণ সৃষ্টি কৰা প্রদূষকবোৰৰপ্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নির্গতনিৰ্গত ৰাসায়নিক পদার্থপদাৰ্থ আদি।
* '''শব্দ প্ৰদূষণ'''
কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্রভাৱপ্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্রদূষণপ্ৰদূষণ হোৱা বুলি কও।
* '''স্থল প্ৰদূষণ'''
ক্রুটিপুর্নক্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱর্জনাআৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্রদূষণপ্ৰদূষণ বুলি কও। কৃষিকার্যতকৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্রয়োগপ্ৰয়োগ তথা আবর্জনাআবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
 
19 নং শাৰী:
[[File:Health effects of pollution.png|thumb|250px|মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ।]]
==মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ==
প্রতিকূলপ্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্রদূষণৰপ্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্রশ্বাসপ্ৰশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজানুযুক্ত পানী খোৱাৰ ফলত প্রতিদিনেপ্ৰতিদিনে প্রায়প্ৰায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্রায়প্ৰায় ১০০০ জন শিশুৱে গ্রহনীগ্ৰহনী জনিত ৰোগত প্রতিপ্ৰতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্রদূষণৰপ্ৰদূষণৰ ফলত আমাৰ শ্রৱণশ্ৰৱণ ক্ষমতা হ্রাসহ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্রাহীনতানিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে।
 
 
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে