ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :ckb:رۆبێرت فرۆست
র -> ৰ
48 নং শাৰী:
 
[[File:Robert Frost's Grave.JPG|thumb |right | upright |অল্ড বেনিঙটন চেমিট্ৰিত ফ্ৰ'ষ্ট পৰিয়ালবৰ্গৰ সমাধিস্থল]]
যদিও তেওঁৰ কোনো ধৰণৰ স্নাতক ডিগ্ৰী নাছিল, তথাপি তেওঁ '''প্ৰিন্সটন বিশ্ববিদ্যালয়''', '''অক্সফ'ৰ্ড বিশ্ববিদ্যালয়''', '''কেমব্ৰিজ বিশ্ববিদ্যালয়'''ৰ দৰে কলেজৰপৰা পৰা ৪০টাৰো তাতোধিক সন্মানীয় ডিগ্ৰী পাইছিল। ''ডাৰমাউথ কলেজ''ৰ পৰা দুটাকৈ সন্মানীয় ডিগ্ৰী পোৱা তেৱেই একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ জীৱনকালত, ভাৰ্জিনিয়াৰ ''ৰবাৰ্ট ফ্রফ্ৰ'ষ্ট মিডল স্কুল'', মাচাচুচেটছৰ ''ৰবাৰ্ট লী ফ্রফ্ৰ'ষ্ট স্কুল'' আৰু ''আমহাৰ্ষ্ট কলেজ''ৰ মুখ্য পুথিভৰালটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।
 
১৯৬১ চনৰ ২০ জানুৱাৰীত, ৮৬ বছৰ বয়সত, ৰবাৰ্ট ফ্রফ্ৰ'ষ্টে তেওঁৰ জনপ্ৰিয় কবিতা "The Gift Outright" ৰাষ্ট্ৰপতি ''জন এফ কেনেডি''ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত পাঠ কৰিছিল।
ইয়াৰ দুবছৰৰ পিছতেই বষ্টন চহৰত, ১৯৬৩ চনৰ ২৯ জানুৱাৰীত তেওঁ ''মূত্ৰাশয় অস্ত্ৰোপচাৰ''ৰ (prostate surgery) জটিলতাত মৃত্যুবৰণ কৰে। তেওঁক বেনিঙটনৰ ''অল্ড বেনিঙটন চেমিট্ৰি''ত সমাধিস্থ কৰা হৈছিল। "I had a lover's quarrel with the world" - এইদৰেই তেওঁৰ সমাধিস্থলত তেওঁৰেই কোনো এক পদ্যৰ এটা শাৰীৰে খোদিত কৰা আছে।
 
 
ৰবাৰ্ট ফ্রফ্ৰ'ষ্টৰ কিছুমান মূল ৰচনাৱলী''আমহাৰ্ষ্ট কলেজ''ৰ ''জ'নছ লাইব্ৰেৰী''ত পোৱা যায়। তেওঁ প্ৰায় বাৰ হাজাৰৰো অধিক বস্তু ইয়াতেই দান দি থৈ গৈছিল। ইয়াৰ ভিতৰত তেওঁৰ কবিতা আৰু পত্ৰ সমূহৰ মূল লিপি তথা শ্ৰব্য আৰু ভিজুৱেল ৰেকৰ্ডিঙো আছে। <ref>{{cite web |url=http://www.joneslibrary.org/specialcollections/collections/frost/frost_print.html#contact |title=Robert Frost Collection |publisher=Jones Library, Inc. website, Amherst, Massachusetts |accessdate=2009-03-28 }}</ref> ''আমহাৰ্ষ্ট কলেজ''ৰ সংগ্ৰাহলয়ত ৰবাৰ্ট ফ্রফ্ৰ'ষ্টৰ কিছুমান মূল লিপি আছে। বিশেষকৈ,''ডাৰমাউথ কলেজ''ৰ সংগ্ৰাহলয়তহে তেওঁৰ উল্লেখযোগ্য পাণ্ডুলিপি সমূহ পোৱা যায়।
 
===ব্যক্তিগত জীৱন===