নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
24 নং শাৰী:
}}
 
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''', (৫ আগষ্ট ১৯৩০ - ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী(নাচা এষ্ট্রনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্রত খোজ কঢ়া প্রথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্টৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰীয়াৰ যুদ্ধ]]তো অংশগ্রহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্রাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়|পাৰডিউ বিশ্ববিদ্যালয়ৰপৰা (Purdue University)]] স্নাতক আৰু [[চাউথ কেলিফৰ্ণীয়া বিশ্ববিদ্যালয়]]ৰপৰা স্নাতকোত্তৰ ডিগ্রী অৰ্জন কৰিছিল।
 
He was the [[Apollo 11#Lunar surface operations|first person to walk on the Moon]]. Before becoming an astronaut, Armstrong was a [[United States Navy]] officer and served in the [[Korean War]]. After the war, he served as a test pilot at the [[National Advisory Committee for Aeronautics]] High-Speed Flight Station, now known as the [[Dryden Flight Research Center]], where he logged over 900 flights. He graduated from [[Purdue University]] and completed graduate studies at the [[University of Southern California]].
 
A participant in the [[United States Air Force|U.S. Air Force]]'s [[Man In Space Soonest]] and [[Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]] [[human spaceflight]] programs, Armstrong joined the [[NASA Astronaut Corps]] in 1962. His first spaceflight was the NASA ''[[Gemini 8]]'' mission in 1966, for which he was the command pilot, becoming one of the first U.S. civilians in space. On this mission, he performed the first manned [[Spacecraft docking and berthing mechanisms |docking]] of two [[spacecraft]] with pilot [[David Scott]].