নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
32 নং শাৰী:
মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্রা আছিল ১৯৬৯ চনৰ [[এপ'ল' ১১]]-অৰ চন্দ্ৰাৱতৰণ যাত্রা। এই যাত্রাত তেওঁ আৰু [[বাজ এলড্ৰিন]] চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী [[মাইকেল কলিন্স]]-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্রঙক [[আমেৰিকাৰ ৰাষ্ট্ৰপতি]] [[ৰিচাৰ্ড নিক্সন]]-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ ([[:en:Presidential Medal of Freedom|Presidential Medal of Freedom]]), ১৯৭৮ চনত [[জিমি কাৰ্টাৰ]]-এ [[:en:Congressional Space Medal of Honor|Congressional Space Medal of Honor]] আৰু ২০০৯ চনত [[:en:Congressional Gold Medal|Congressional Gold Medal]] প্রদান কৰে।
 
২৫ আগষ্ট, ২০১২ তাৰিখে [[কৰ'নাৰী ধমনী]] বন্ধ হৈ হোৱা জটিলতাৰ ফলত ৮২ বছৰ বয়ষত [[চিনচিনাটি, অ'হায়']]ত আৰ্মষ্ট্রঙৰ মৃত্যু হয়।<ref name="autogenerated1">{{cite news|url=http://www.cnn.com/2012/08/25/us/neil-armstrong-obit/index.html|title=Space legend Neil Armstrong dies|publisher=CNN|accessdate=August 26, 2012}}</ref>
 
On August 25, 2012, Armstrong died in [[Cincinnati|Cincinnati, Ohio]],<ref name="autogenerated1">{{cite news|url=http://www.cnn.com/2012/08/25/us/neil-armstrong-obit/index.html|title=Space legend Neil Armstrong dies|publisher=CNN|accessdate=August 26, 2012}}</ref> at the age of 82 due to complications from blocked [[coronary circulation|coronary arteries]].
 
==Early years==