নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :uz:Neil Armstrong
No edit summary
16 নং শাৰী:
| selection = [[List of astronauts by year of selection#1958|1958 Man In Space Soonest]]<br />[[List of astronauts by year of selection#1960|1960 Dyna-Soar]]<br>[[NASA Astronaut Group 2|1962 NASA Group 2]]
| eva1 = 1
| eva2 = 2 hoursঘণ্টা 31৩১ minutesমিনিট
| time = ৮ দিন, ১৪ ঘণ্টা, ১২ মিনিট আৰু ৩০ ছেকেণ্ড
| time = 8 days, 14 hours, 12 minutes, and 30 seconds
| mission = [[Gemini 8জেমিনী-৮]] , [[Apolloএপ'ল' 11১১]]
| insignia = [[File:Ge08Patch orig.png|40px]] [[File:Apollo 11 insignia.png|40px]]</center>
| awards = {{Presidential Medal of Freedom}} {{CS Medal of Honor}}
24 নং শাৰী:
}}
 
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''' ({{lang-en|Neil Alden Armstrong}}), (জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী ([[:en:NASA Astronaut Corps|নাচা এষ্ট্রনাট কৰ্প্‌চ]]) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্রত খোজ কঢ়া প্রথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্টৰাষ্ট্ৰযুক্তৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰীয়াৰকোৰিয়াৰ যুদ্ধ]]তো অংশগ্রহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্রাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়|পাৰডিউ বিশ্ববিদ্যালয়ৰপৰাবিশ্ববিদ্যালয়]] ([[:en:Purdue University|ইং ৱিকি: Purdue University)]])ৰপৰা স্নাতক আৰু [[চাউথ কেলিফৰ্ণীয়াকেলিফৰ্ণিয়া বিশ্ববিদ্যালয়]] ([[:en:University of Southern California|ইং ৱিকি: University of Southern California]])ৰপৰা স্নাতকোত্তৰ ডিগ্রী অৰ্জন কৰিছিল।
 
১৯৬২ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা]]ৰ ([[:en:United States Air Force|ইং ৱিকি: U.S. Air Force]]) 'অচিৰেই মহাকাশত মানৱ' ([[:en:Man In Space Soonest|ইং ৱিকি: Man In Space Soonest]]) আৰু ([[:en:Boeing X-20 Dyna-Soar|ইং ৱিকি: X-20 Dyna-Soar]]) -অৰ 'মানৱ মহাকাশ উৰণ' ([[:en:human spaceflight|ইং ৱিকি: human spaceflight]]) প্রকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত ([[:en:NASA Astronaut Corps|ইং ৱিকি: NASA Astronaut Corps]]) যোগদান কৰে।
 
তেওঁৰ প্রথম মহাকাশ যাত্রা আছিল ১৯৬৬ চনত, NASA-ৰ [[জেমিনী]]-৮ -অৰ কমাণ্ড পাইলট হিচাবে। তেওঁ এই যাত্ৰাৰ দ্বাৰাই আমেৰিকাৰ প্ৰথম নাগৰিক মহাকাশচাৰী হিচাবে পৰিগণিত হয়। এই অভিযানতে তেওঁ পাইলট [[ডেভিড স্কট]]ৰ সৈতে প্রথম মানৱবাহী মহাকাশযানৰ ডকিং আৰু বাৰ্থিং ([[:en:Spacecraft docking and berthing mechanisms |ইং ৱিকি: docking]]) সম্পন্ন কৰে।
 
মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্রা আছিল ১৯৬৯ চনৰ [[এপ'ল' ১১]]-অৰ চন্দ্ৰাৱতৰণ যাত্রা। এই যাত্রাত তেওঁ আৰু [[বাজ এলড্ৰিন]] চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী [[মাইকেল কলিন্স]]-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্রঙক [[আমেৰিকাৰ ৰাষ্ট্ৰপতি]] [[ৰিচাৰ্ড নিক্সন]]-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ ([[:en:Presidential Medal of Freedom|Presidential Medal of Freedom]]), ১৯৭৮ চনত [[জিমি কাৰ্টাৰ]]-এ [[:en:Congressional Space Medal of Honor|ইং ৱিকি: Congressional Space Medal of Honor]] আৰু ২০০৯ চনত [[:en:Congressional Gold Medal|ইং ৱিকি: Congressional Gold Medal]] প্রদান কৰে।
 
২৫ আগষ্ট, ২০১২ তাৰিখে [[কৰ'নাৰী ধমনী]] বন্ধ হৈ হোৱা জটিলতাৰ ফলত ৮২ বছৰ বয়ষত [[চিনচিনাটি, অ'হায়']]ত আৰ্মষ্ট্রঙৰ মৃত্যু হয়।<ref name="autogenerated1">{{cite news|url=http://www.cnn.com/2012/08/25/us/neil-armstrong-obit/index.html|title=Space legend Neil Armstrong dies|publisher=CNN|accessdate=August 26, 2012}}</ref>