পিতৃপক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
 
== কিংবদন্তি ==
[[হিন্দু পুৰাণ]] অনুযায়ী, জীবিত ব্যক্তিৰ পূৰ্বৰ তিনি পুৰুষ পৰ্যন্ত পিতৃলোকত বাস কৰে। এই লোক স্বৰ্গ আৰু মৰ্ত্যৰ মাজত অৱস্থিত। পিতৃলোকৰ শাসক মৃত্যুদেৱতা [[যম]]। তেওঁ সদ্যমৃত ব্যক্তিৰ আত্মাক মৰ্ত্যৰ পৰা পিতৃলোকলৈ লৈ যায়। পৰৱৰ্তী প্ৰজন্মৰ এজনৰ মৃত্যু হ’লে পূৰ্ববৰ্তী প্ৰজন্মৰ এজন পিতৃলোকৰ পৰা স্বৰ্গলৈ গমন কৰে আৰু পৰমাত্মাত (ঈশ্বৰ) লীন হয় আৰু এই প্ৰক্ৰিয়াৰে তেওঁ [[ শ্ৰাদ্ধ|শ্ৰাদ্ধানুষ্ঠানৰ]] উপৰলৈ উঠে। এই কাৰণে, জীবিত ব্যক্তিৰ মাত্ৰ পূৰ্ববৰ্তী তিনতিনি প্ৰজন্মেৰহেপ্ৰজন্মৰহে শ্ৰাদ্ধানুষ্ঠান হৈ থাকে; আৰু এই শ্ৰাদ্ধানুষ্ঠানত যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।<ref name="Kutch">{{cite book|last=Dilipsingh|first=K S|title=Kutch in festival and custom|publisher=Har-Anand Publications|year=2004|pages=61–64|url=http://books.google.com/?id=oPUFiGRH07IC&pg=PA66&dq=pitru+paksha&q=pitru%20paksha | isbn=9788124109984}}</ref>
 
[[হিন্দু মহাকাব্য]] (যা হিন্দুশাস্ত্ৰেৰ মাজত ''ইতিহাস'' নামে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিতে প্ৰবেশ কৰলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময় পূৰ্বপুৰুষগণ পিতৃলোক পৰিত্যাগ কৰে তাঁসকলৰ উত্তৰপুৰুষসকলৰ গৃহে অৱস্থান কৰে। এৰ পৰ সূৰ্য বৃশ্চিক ৰাশিতে প্ৰবেশ কৰলে, তেখেতৰা পুনৰায় পিতৃলোকে ফিৰে যান। পিতৃগণেৰ অৱস্থানেৰ প্ৰথম পক্ষে হিন্দুসকলৰ পিতৃপুৰুষগণেৰ উদ্দেশ্যে তৰ্পণাদি কৰতে হয়।<ref name="underhill"/><ref name="sastri">{{cite book|last=Sastri|first=S. M. Natesa|title=Hindu feasts, fasts and ceremonies|publisher=Asian Educational Services|year=1988|pages=15–17|url=http://books.google.com/?id=_ibsEj8ihuoC&pg=PA15&dq=mahalaya&q=mahalaya | isbn=9788120604025}}</ref>
"https://as.wikipedia.org/wiki/পিতৃপক্ষ"ৰ পৰা অনা হৈছে