বিশ্বকাপ ক্ৰিকেট ২০২৩

ক্ৰিকেট বিশ্বকাপ

বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হ'বলগীয়া এক ক্ৰীড়া প্ৰতিযোগিতা।[1] ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়।[2] ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰিব। ১৯৮৭ (পাকিস্তানৰ সৈতে), ১৯৯৬ (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অুনষ্ঠিত কৰিব।

আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩
দিনাংক ৯ ফেব্ৰুৱাৰী – ২৬ মাৰ্চ ২০২৩
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ
ধৰণ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড ৰবিন আৰু নকআউট
আয়োজক(সমূহ) ভাৰত ভাৰত
দলৰ সংখ্যা ১৪
Locations of active international stadiums in India

Group stageসম্পাদনা কৰক

Group Aসম্পাদনা কৰক

সাঁচ:2023 Cricket World Cup Group A

Group Bসম্পাদনা কৰক

সাঁচ:2023 Cricket World Cup Group B

Super Sixসম্পাদনা কৰক

Semi-finalsসম্পাদনা কৰক

9 July 2019
Qualifier 1
বনাম
Qualifier 4
11 July 2019
Qualifier 2
বনাম
Qualifier 3

Finalসম্পাদনা কৰক

26 March 2023
TBA
বনাম
TBA

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. শ্ৰীনিৱাসন, এন (০৯ জুলাই ২০১৪). "2023 World Cup Will be Played Only in India". এনডিটিভি স্পৰ্টছ্এনডিটিভি স্পৰ্টছ্. http://sports.ndtv.com/cricket/news/228030-2023-world-cup-will-be-played-only-in-india-n-srinivasan। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬. 
  2. "Outcomes from ICC Annual Conference week in London". আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদআন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ. ২৯ জুন ২০১৩. http://www.icc-cricket.com/news/2013/media-releases/70819/outcomes-from-icc-annual-conference-week-in-london। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬.