বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়
|
বিশ্ব-ভাৰতী ভাৰতৰ পশ্চিম বংগৰ শান্তিনিকেতনত অৱস্থিত এখন ৰাজহুৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান। ইয়াক প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে যিয়ে ইয়াক বিশ্ব-ভাৰতী বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ হৈছে বিশ্বৰ ভাৰতৰ সৈতে মিলন। ভাৰতৰ স্বাধীনতালৈকে ই আছিল এখন মহাবিদ্যালয়। স্বাধীনতাৰ কিছু সময়ৰ পাছতে ভাৰতৰ সংসদৰ এক আইনৰ দ্বাৰা ১৯৫১ চনত এই শিক্ষানুষ্ঠানটোক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হয়।
বিশ্ব-ভাৰতী বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | Yatra Viśvam Bhavatyekanīḍam (Sanskrit) |
ইংৰাজীত মূলমন্ত্ৰ | Where the world makes a home in a single nest |
স্থাপিত | ২৩ ডিচেম্বৰ ১৯২১ |
ধৰণ | |
বাজেট | ₹৩৪৭.৩৪ কোটি (৪৮.৭ মিলিয়ন ডলাৰ) (FY2022–23 est.)[1] |
আচাৰ্য | প্ৰধানমন্ত্ৰী |
উপাচাৰ্য | বিনয় কুমাৰ সুৰেন(acting)[2] |
ৰেক্টৰ | পশ্চিমবংগ চৰকাৰ |
Visitor | ৰাষ্ট্ৰপতি |
শৈক্ষিক কৰ্মচাৰী | ৪৬৬ (2024)[1] |
শিক্ষাৰ্থী | ৯,৩০৮ (2024)[1] |
স্নাতক শিক্ষাৰ্থী | ৪,১৯৩ (2024)[1] |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ৪,২০৬ (2024)[1] |
ডক্টৰেট শিক্ষাৰ্থী | ৯০৯ (2024)[1] |
স্থান | শান্তিনিকেতন, পশ্চিমবংগ, ভাৰত |
চৌহদ | Remote Town ১,১২৮.৮৯৫ একৰ (456.848 হেক্টৰ) |
Newspaper | The Visva-Bharati News |
ৱেবছাইট | visvabharati |
আধিকাৰিক নাম | Santiniketan |
চৰ্ত | সাংস্কৃতিক: (iv)(vi) |
নিৰ্ধাৰিত | 2023 (45th session) |
প্ৰসংগ সংখ্যা | 1375 |
পশ্চিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতন আৰু শ্ৰীনিকেতন নামৰ যমজ চহৰত অৱস্থিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়।[3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "NIRF 2024". Visva Bharati. https://visvabharati.ac.in/file/Visva%20Bharati20240116.pdf.
- ↑ Mitra, Atri (31 August 2024). "Professor Binoy Kumar Saren appointed interim VC of Visva-Bharati University". The Indian Express. https://indianexpress.com/article/cities/kolkata/professor-binoy-kumar-saren-appointed-interim-vc-of-visva-bharati-university-9543260/.
- ↑ "Santiniketan". https://www.visvabharati.ac.in/Santiniketan.html। আহৰণ কৰা হৈছে: 5 June 2024.