বিষ্ণুদিগম্বৰ পালুস্কৰ

বিষ্ণু দিগম্বৰখ পালুস্কৰ (ইংৰাজী: BISHNU DIGAMBARAKH PALUSKAR) হৈছে এগৰাকী সঙ্গীতৰ প্ৰতি আত্মোৎসৰ্গী, ত্যাগী, সন্ন্যাসী ব্যক্তি ৷[1]

বিষ্ণু দিগম্বৰখ পালুস্কৰ
জন্ম বিষ্ণু দিগম্বৰখ পালুস্কৰ
১৮২৬ খ্ৰীষ্টাব্দৰ ১৯ আগষ্ট
পুণাৰ কুৰুন্দ্ৱাৰৰ বেলগাওঁ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৬২ খ্ৰীষ্টাব্দত ১৯ আগষ্টত পুণাৰ অন্তৰ্গত কুৰুন্দ্ৱাৰৰ বেলগাওঁ নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। পিতাৰ নাম আছিল পঃ গোপাল দিগম্বৰ ।[2]

শিক্ষা সম্পাদনা কৰক

শৈশৱ কালতে তেওঁ দৃষ্টি শক্তি হেৰুৱাব লগীয়া হোৱাত শিক্ষাৰ অন্ত পেলাই সঙ্গীতত অনুপ্ৰৱেশ কৰে।

সংগীত জীৱনলৈ অৱদান সম্পাদনা কৰক

তেওঁ এখন সংগীত আলোচনী প্ৰকাশ কৰে। কেইবাখনো সংগীত বিষয়ক গ্ৰন্থ ৰচনা কৰে । সেইবোৰৰ ভিতৰত সংগীত বালবোধ, সংগীত বাল প্ৰকাশ আদি । ইয়াৰ পিছত তেওঁ বিজ্ঞান সন্মতভাৱে স্বৰলিপি পদ্ধতি আৱিষ্কাৰ কৰে।

মৃত্যু সম্পাদনা কৰক

১৯৩১ চনৰ ২১ আগষ্টৰ দিনা পৰলোক গমন কৰে ।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সৰল সঙ্গীত শাস্ত্ৰ, পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ,২০১৪ চন, পৃষ্ঠা নং: ১১৬
  2. সৰল সঙ্গীত শাস্ত্ৰ, পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ,২০১৪ চন, পৃষ্ঠা নং: ১১৬