বীৰাঙ্গনা মূলাগাভৰু বঁটা

অসমৰ বঁটা

জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি আহিছে।

২০২২ বৰ্ষত মূলাগাভৰু স্মৃতি বঁটা নাৰীবাদী লেখিকা, সমাজসেৱিকা ড° অনিমা গগৈলৈ আগবঢ়োৱা হয়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক