বীৰেন শৰ্মা
বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷[1]
জীৱন
সম্পাদনা কৰকবিশ্বনাথ চাৰিআলিৰ গড়েহাগীত ১৯৮৬ চনত বীৰেন শৰ্মাৰ জন্ম হয়৷ তেওঁৰ পিতৃ যাদৱ শৰ্মা আৰু মাতৃ স্বৰ্ণপ্ৰভা দেৱী৷ তেওঁৰ ভাতৃ কুমুদ শৰ্মা আছিল বিশ্বনাথ চাৰিআলিৰ প্ৰথম অনাতাঁৰ নাট্যকাৰ৷ শৈশৱকালৰ পৰাই বীৰেন শৰ্মাই সাহিত্য চৰ্চা আৰম্ভ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে নাটক সম্প্ৰচাৰ কৰে৷[1]
কৰ্মৰাজি
সম্পাদনা কৰকঅনাতাঁৰ নাটক
সম্পাদনা কৰক- ত্ৰিভুজ
- কোম্পানী
- বকুলনীৰ বিৰিণা
- বৌ
- মৃগতৃষ্ণা
- কন্যা বিভ্ৰাট
টেলিফিল্ম
সম্পাদনা কৰক- মৃগতৃষ্ণা
- গৃহলক্ষ্মী
বোলছবি
সম্পাদনা কৰক- অভিযান
গ্ৰন্থ
সম্পাদনা কৰক- গীতে গীতে গীতালি[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "জোনাকী বাট, দৈনিক অসম". ২০ ডিচেম্বৰ, ২০১৩. http://www.assamtribune.com/scripts/dainik.asp?id=Jonakibaat/Page4। আহৰণ কৰা হৈছে: 23 ডিচেম্বৰ 2013.[সংযোগবিহীন উৎস]