বেলশৰ

নলবাৰী জিলাৰ এটা মানৱবসতি অঞ্চল


বেলশৰ অসমৰ নলবাৰী জিলাত থকা এক ঐতিহ্যমণ্ডিত ঠাই। ইয়াত বিল্বেশ্বৰ দেৱালয় অৱস্থিত। বিল্বেশ্বৰ দেৱালয়ত মহাদেৱ শিৱৰ পূজা কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক