বৈশম্পায়ন

ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা

বৈশম্পায়ন হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাস বা ব্যাসদেৱৰ শিষ্য। ব্যাসদেৱৰ পাঁচ শিষ্যৰ ভিতৰত বৈশম্পায়ন আছিল অন্যতম। বৈশম্পায়নে ভাৰতাক্ষ্য নামে মহাভাৰতৰ প্ৰথম স্তৰৰ মূল জয়াক্ষ্য কাব্যখন অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয় পৰীক্ষিতৰ সৰ্পযজ্ঞত আবৃত্তি কৰি শুনায়।[1]

বৈশম্পায়ন

বৈশম্পায়নে শৌনাকে মহাভাৰত পাঠ কৰাৰ সময়ত শুনি আছিল
সম্পৰ্ক ঋষি
হিন্দু পাঠ্য মহাভাৰত, হৰীবংশ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. www.wisdomlib.org (2019-01-28). "Story of Vaiśampāyana" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242036.html। আহৰণ কৰা হৈছে: 2022-11-05.