ব্লগাৰ (সেৱা)

ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এখন তথ্যপূৰ্ণ বা আলোচনামূলক মুক্ত মঞ্চ

ব্লগাৰ (ইংৰাজী: Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে এক ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এখন তথ্যপূৰ্ণ বা আলোচনামূলক মুক্ত মঞ্চ। WordPress, Tumblr, Gator, Medium, Ghost, Wix, Squarespace আদিৰ দৰে ব্লগাৰো এক আলোচনামূলক মুক্ত মঞ্চ। ইয়াক প্ৰথমে ১৯৯৯ চনত প্ৰকাশ কৰে প্যৰা লাবছে (Pyra Labs)। এই ব্লগাৰত দুই ধৰণে তথ্যবোৰ (ইউনিকোডত) প্ৰকাশ কৰিব পাৰি (ক) প'ষ্ট (Post) আকাৰে নাইবা (খ) পৃষ্ঠা (Page) আকাৰে। ব্লগাৰত সন্নিৱিষ্ট ডাকবোৰ সাধাৰণতে ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত ডাকবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত থাকে আৰু সহজে পঢ়িব পাৰে।

ব্লগাৰ
Blogger logo
Type of site
ব্লগ হোষ্ট
Owner গুগল
URL www.blogger.com
Commercial প্ৰচলিত
Registration বিনামূলীয়া, বিকল্প
Launched ২৩ আগষ্ট ১৯৯৯; ২৫ বছৰ আগত (1999-08-23)[1]
Current status সক্ৰিয়
Written in পাইথন[2]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "The Story of Blogger". Blogger.com. মে ১৩, ২০২০. http://www.blogger.com/about। আহৰণ কৰা হৈছে: ১৩ মে ২০২০. 
  2. Roger Chapman. "Top 40 Website Programming Languages". roadchap.com. Archived from the original on মে ১৩, ২০২০. https://web.archive.org/web/20110927184557/http://rogchap.com/2011/09/06/top-40-website-programming-languages/। আহৰণ কৰা হৈছে: মে ১৩, ২০২০. 
  3. "blogger.com Competitive Analysis, Marketing Mix and Traffic - Alexa". www.alexa.com. Archived from the original on 2017-11-28. https://web.archive.org/web/20171128161435/https://www.alexa.com/siteinfo/blogger.com। আহৰণ কৰা হৈছে: ১৩ মে ২০২০.