ব্ৰজেন্দ্ৰনাথ শীল (ইংৰাজী: Brajendra Nath Seal) এগৰাকী ভাৰতীয় বঙালী দাৰ্শনিক আছিল।[1][2]

ব্ৰজেন্দ্ৰনাথ শীল
জন্ম ৩ ছেপ্টেম্বৰ ১৮৬৪
কলকাতা
মৃত্যু ৩ ডিচেম্বৰ ১৯৩৮
ভাষা বাংলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৮৬৪ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ পিতৃ মহেন্দ্ৰনাথ শীল।[3]

শিক্ষা সম্পাদনা কৰক

তেখেতে ১৮৬১ চনত বি এ আৰু ১৮৮৪ চনত এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।[3]

চাকৰি জীৱন সম্পাদনা কৰক

তেখেতে ১৮৮৫ চনত নাগপুৰৰ মৰিচ কলেজত অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৮৯৪ চনৰ পৰা ১৯২২ চনলৈ কোচ বিহাৰ ভিক্টৰিয়া কলেজৰ অধ্যক্ষ হয়। ১৯২১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে৷[3]

সাহিত্যৰাজি সম্পাদনা কৰক

তেখেতৰ The positive science of the Ancient Hindus নামৰ কিতাপ ১৯১৫ চনত প্ৰকাশিত হয়।

বঁটা আৰু সন্মান সম্পাদনা কৰক

তেখেতে ১৯২৬ চনত ছাৰ উপাধিৰে বিভূষিত হয়। তেওঁ ৰাজতন্ত্ৰ উপাধিৰে সন্মানিত হয়।

মৃত্যু সম্পাদনা কৰক

তেখেতৰ মৃত্য হয় ১৯৩৮ চনৰ ৩ ডিচেম্বৰত।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Seal, Brajendra Nath - Banglapedia". en.banglapedia.org. http://en.banglapedia.org/index.php?title=Seal,_Brajendra_Nath। আহৰণ কৰা হৈছে: 2020-09-17. 
  2. "Brajendra Nath Seal (1864-1938)". people.stfx.ca. https://people.stfx.ca/wsweet/seal.html। আহৰণ কৰা হৈছে: 2020-09-17. 
  3. 3.0 3.1 3.2 3.3 দেৱজিত শৰ্মা. মহৎ লোকৰ জীৱনী, তৃতীয় প্ৰকাশ. পৃষ্ঠা. ২৪.