ব্ৰহ্মা
ব্ৰহ্মা (সংস্কৃত: ब्रह्मा; Brahmā) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতা। বিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে।
ব্ৰহ্মা | |
---|---|
![]() ব্ৰহ্মদেৱৰ চিত্ৰ | |
অধিকাৰ | সৃষ্টি |
দেৱনাগৰী | ब्रह्मा |
গোত্ৰ | দেৱ (ত্ৰিমূৰ্তি) |
অধিষ্ঠান | ব্ৰহ্মলোক |
দাম্পত্যসঙ্গী | সৰস্বতী আৰু গায়ত্ৰী |
বাহন | ৰাজহংস |
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ব্ৰহ্মা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- The Brahma-Samhita - Prayers of Lord Brahma at the start of creation (Brahmasamhita.com)
- Brahma's Prayers for Creative Energy from the Bhagavata Purana (vedabase.net)