ব্ৰহ্মা (সংস্কৃত: ब्रह्मा; Brahmā) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতাবিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে।

ব্ৰহ্মা
ব্ৰহ্মদেৱৰ চিত্ৰ
ব্ৰহ্মদেৱৰ চিত্ৰ
অধিকাৰ সৃষ্টি
দেৱনাগৰী ब्रह्मा
গোত্ৰ দেৱ (ত্ৰিমূৰ্তি)
অধিষ্ঠান ব্ৰহ্মলোক
দাম্পত্যসঙ্গী সৰস্বতী আৰু গায়ত্ৰী
বাহন ৰাজহংস

তথ্য সংগ্ৰহ

সম্পাদনা কৰক


বাহ্যিক সংযোগ

সম্পাদনা কৰক