ব্ৰাহ্মী শাক
ব্ৰাহ্মী (বৈজ্ঞানিক নাম: Bacopa monnieri) হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক।[2] ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ (water hyssop),[1] ৱাটাৰহাইছপ (waterhyssop), থেমি−লিফ্ড গ্ৰেচলা (thyme-leafed gratiola), হাৰ্ব অৱ গ্ৰীছ (herb of grace),[2] আৰু ইণ্ডিয়ান পেনীৱৰ্ট (Indian pennywort)।[2]
Bacopa monnieri | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Bacopa |
প্ৰজাতি: | B. monnieri |
দ্বৈৰাশিক নামকৰণ | |
Bacopa monnieri (L.) Pennell[2] | |
সমাৰ্থক | |
Bacopa monniera Hayata & Matsum. |
আয়ুৰ্বেদত ব্ৰাহ্মী শাক ব্যৱহাৰ কৰা হয়। ২০১৯ চনত “ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন” (FDA) নামৰ সংস্থাই ব্ৰাহ্মী শাকযুক্ত খাদ্য সামগ্ৰীয়ে বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু উপশম কৰে বুলি দাবী কৰি এনে সামগ্ৰী উৎপাদন আৰু বিক্ৰী কৰা অসত্যাপিত আৰু অবৈধ বুলি সতৰ্ক পত্ৰ জাৰি কৰে।[3][4][5]
বিৱৰণ
সম্পাদনা কৰকব্ৰাহ্মী হৈছে এবিধ শাকজাতীয় উদ্ভিদ। এই উদ্ভিদৰ পাতবোৰ succulent, oblong, আৰু প্ৰায় ৪−৬ মিলিমিটাৰ ডাঠ। চাৰিৰ পৰা পাঁচটা পাহীৰ সৈতে ইয়াৰ সৰু ফুলবোৰৰ বৰণ বগা। সামান্য জেকা ঠাইত ব্ৰাহ্মী শাকৰ বৃদ্ধি ভাল হয়। ইহঁতৰ চিঙা আগৰ পৰা বংশ বিস্তাৰ কৰিব পাৰি।[6]
ভৌগোলিক বিতৰণ
সম্পাদনা কৰকব্ৰাহ্মী বা Bacopa monnieri হৈছে Bacopa গণৰ এবিধ প্ৰায় সমগ্ৰ পৃথিৱীজুৰি বিস্তৃতি লাভ কৰা উদ্ভিদ। ভাৰত, নেপাল, শ্ৰীলংকা, চীন, পাকিস্তান,টাইৱান, ভিযেটনাম, আফ্ৰিকাৰ ভূমধ্য সাগৰীয় আৰু দক্ষিণ অঞ্চল, মাডাগাস্কাৰ, অষ্ট্ৰেলিয়া, কেৰিবিয়ান, লগতে মধ্য আৰু দক্ষিণা আমেৰিকাৰ কিছু সেমেকা অঞ্চলত পোৱা যায়। ইয়াক ফ্ল’ৰিডা, টেক্সাচ আৰু হাৱাইতো ইয়াক পোৱা যায়। I[1]
ব্যৱহাৰ
সম্পাদনা কৰকপথ্য
সম্পাদনা কৰকস্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে অন্য বহুত চালৰ ৰোগৰ আয়ুৰ্বেদক ঔষধ হিচাপে ব্ৰাহ্মীৰ ব্যৱহাৰ পৰা হয়।[7] প্ৰাথমিক গৱেষণাত ব্ৰাহ্মী শাকে বোধ ক্ষমতাৰ উন্নতি কৰিব পাৰে বুলি পোৱা গৈছে।[7][8][9]
পাৰ্শ ক্ৰিয়া
সম্পাদনা কৰকব্ৰাহ্মী শাক খোৱাৰ ফলত মানুহৰ বমি বমি লগা, increased intestinal motility, আৰু gastrointestinal upset হোৱা দেখা যায়।[7]
অবৈধ বাণিজ্যিক দাবী
সম্পাদনা কৰক২০১৯ চনত FDA নামৰ সংস্থাটোৱে পেটৰ ৰোগ, আলজেইমাৰ ৰোগ, হাইপ’গ্লাইচেমিয়া, ৰক্ত চাপ, আৰু anxiety ৰোগৰ উপশম বা প্ৰতিৰোধ কৰে বুলি দাবী কৰা বিজ্ঞাপনেৰে ব্ৰাহ্মীযুক্ত খাদ্য উৎপাদন কৰা অসত্যাপিত আৰু অবৈধ বুলি সতৰ্ক পত্ৰ প্ৰকাশ কৰে। FDAৰ মতে Bacopa monnieriৰ উৎপাদসমূহ এই ৰোগসমূহ বা অন্য কোনো ৰোগৰ ঔষধ হিচাপে অনুমোদন জনোৱা হোৱা নাই।[3][4][5]
অলংকাৰ
সম্পাদনা কৰকপানীত জীয়াই থাকিব পাৰে বাবে ব্ৰাহ্মী শাকক আলংকাৰিক উদ্ভিদ হিচাপে একুৱেৰিয়ামত ৰোপণ কৰা হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Lansdown, R.V.; Knees, S.G.; Patzelt, A. (2013). Bacopa monnieri. 2013. p. e.T164168A17722668. doi:10.2305/IUCN.UK.2013-1.RLTS.T164168A17722668.en.
- ↑ 2.0 2.1 2.2 2.3 USDA, ARS, Germplasm Resources Information Network. ব্ৰাহ্মী শাক in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 2008-03-13.
- ↑ 3.0 3.1 "Health fraud scams: Unproven Alzheimer's disease products (Bacopa monnieri listed)". US Food and Drug Administration. 22 December 2018. https://www.fda.gov/consumers/health-fraud-scams/unproven-alzheimers-disease-products। আহৰণ কৰা হৈছে: 11 May 2019.
- ↑ 4.0 4.1 "FDA Warning Letter: Peak Nootropics LLC aka Advanced Nootropics". Office of Compliance, Center for Food Safety and Applied Nutrition, Inspections, Compliance, Enforcement, and Criminal Investigations, US Food and Drug Administration. 5 February 2019. https://www.fda.gov/inspections-compliance-enforcement-and-criminal-investigations/warning-letters/peak-nootropics-llc-aka-advanced-nootropics-565256-02052019। আহৰণ কৰা হৈছে: 11 May 2019.
- ↑ 5.0 5.1 "FDA Warning Letter: TEK Naturals". Office of Compliance, Center for Food Safety and Applied Nutrition, Inspections, Compliance, Enforcement, and Criminal Investigations, US Food and Drug Administration. 5 February 2019. https://www.fda.gov/inspections-compliance-enforcement-and-criminal-investigations/warning-letters/tek-naturals-565026-02042019। আহৰণ কৰা হৈছে: 11 May 2019.
- ↑ Oudhia, Pankaj (2004). "Bramhi (Bacopa monnieri)". Society for Parthenium Management (SOPAM). https://hort.purdue.edu/newcrop/CropFactSheets/bramhi.html। আহৰণ কৰা হৈছে: ২০ মে', ২০২০.
- ↑ 7.0 7.1 7.2 Aguiar, Sebastian; Borowski, Thomas (2013). "Neuropharmacological review of the nootropic herb Bacopa monnieri". Rejuvenation Research খণ্ড 16 (4): 313–326. doi:10.1089/rej.2013.1431. ISSN 1557-8577. PMID 23772955.
- ↑ Kongkeaw, C; Dilokthornsakul, P; Thanarangsarit, P; Limpeanchob, N; Norman Scholfield, C (2014). "Meta-analysis of randomized controlled trials on cognitive effects of Bacopa monnieri extract.". Journal of Ethnopharmacology খণ্ড 151 (1): 528–35. doi:10.1016/j.jep.2013.11.008. PMID 24252493.
- ↑ Neale, Chris; Camfield, David; Reay, Jonathon; Stough, Con; Scholey, Andrew (5 February 2013). "Cognitive effects of two nutraceuticals Ginseng and Bacopa benchmarked against modafinil: a review and comparison of effect sizes". British Journal of Clinical Pharmacology খণ্ড 75 (3): 728–737. doi:10.1111/bcp.12002. ISSN 0306-5251. PMID 23043278.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Bacopa monnieri সম্পৰ্কীয় মিডিয়া ফাইল আছে। |