ভাতৃ দ্বিতীয়া

(ভাই দুজৰ পৰা পুনঃনিৰ্দেশিত)

ভাতৃ দ্বিতীয়া, ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দ্বীপান্বিতা, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দূজ পালন কৰা দেখা যায়। এই উৎসৱৰ পানল শৈলী ৰাখীবন্ধন ৰ সৈতে প্ৰায় একে। এই দিনত বায়েক বা ভনীয়েকে ককায়েক আৰু ভায়েকক উপহাৰ দিয়ে। দেশৰ দক্ষিণ অংশত ইয়াক 'য়ামা দ্বিতীয়া' হিচাপে পালন কৰা হয়।[1]

ভাতৃ দ্বিতীয়া
ভাতৃ দ্বিতীয়া
পঞ্চখাল উপত্যকাত ভাই টীকাৰ উদযাপন।
অন্য নাম ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা, ভাই বীজ
পালন কৰে হিন্দু
প্ৰকাৰ ধৰ্মীয়
তাৰিখ কাতি দ্বিতীয়া শুক্ল পক্ষ
সংঘটন বাৰ্ষিক
ভাই টীকাৰ বাবে সজোৱা পূজাৰ থাল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Nov 15, TOI Astrology |; 2020; Ist, 06:00. "Bhai Dooj 2020 date, time and significance - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/astrology/rituals-puja/bhai-dooj-2020-date-time-and-significance/articleshow/79167175.cms। আহৰণ কৰা হৈছে: 2020-11-15.