ভাৰতৰ কমিউনিষ্ট পাৰ্টি
ভাৰতৰ ৰাজনৈতিক দল
(ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (ইংৰাজী: Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম।[1] ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।[2][3][4]
বিশিষ্ট নেতৃত্ব
সম্পাদনা কৰক- বিষ্ণু চট্টোপাধ্যায়, (এপ্ৰিল, ১৯১০ - ১১ এপ্ৰিল, ১৯৭১) জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ।
- ভূপেশ গুপ্ত, (২০ অক্টোবৰ, ১৯১৪ - ৬ আগষ্ট, ১৯৮১) কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা।
- অজয় ঘোষ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা।
- সোমনাথ লাহিড়ী (১ সেপ্টেম্বৰ, ১৯০৯ - ১৯ অক্টোবৰ ১৯৮৪) প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য।
- ভবাণী সেন, ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী।
- অৰ্ধেন্দুভূষণ বৰ্ধন, (২৪ সেপ্টেম্বৰ, ১৯২৪) ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (সি পি আই) প্ৰাক্তন সাধাৰণ সম্পাদক।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Recognized National Parties". Election Commission of India. https://eci.gov.in/files/category/267-recognized-national-parties/.
- ↑ "Brief History of CPI – CPI". Archived from the original on 9 December 2015. https://web.archive.org/web/20151209001241/https://sites.google.com/a/communistparty.in/cpi/brief-history-of-cpi। আহৰণ কৰা হৈছে: 1 December 2015.
- ↑ "Foundation of the Communist Party of India (CPI) in 1925: product of (...) – Mainstream". www.mainstreamweekly.net. http://www.mainstreamweekly.net/article9916.html.
- ↑ NOORANI, A. G. (17 May 2012). "Origins of Indian communism". Frontline. https://frontline.thehindu.com/the-nation/article30165649.ece.