ভাৰতীয় কাৰ্প
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা
ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়:
- Catla catla, প্ৰধান (ভাৰতীয়) কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ মাছ।
- Cirrhinus cirrhosus, মিৰিকা মাছ, ভাৰতীয় নদীত পোৱা কাৰ্প পৰিয়ালৰ এবিধ থলুৱা মাছ।
- Labeo rohita, ৰৌ মাছ, দক্ষিণ এচিয়াৰ নদীত পোৱা এবিধ কাৰ্প পৰিয়ালৰ মাছ।
লগতে চাওক
সম্পাদনা কৰক এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |