ভাৰতীয় দন্ত পৰিষদ (ইংৰাজীত: Dental Council of India) চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ (XVI অৱ ১৯৪৮) দ্বাৰা স্থাপন কৰা হয়।‌ DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।

ভাৰতীয় দন্ত পৰিষদ
Dental Council of India
চমু  নাম ডি.চি.আই (DCI)
প্ৰতিষ্ঠা ১৯৪৮ চন
ধৰণ চৰকাৰী
উদ্দেশ্য দন্ত চিকিৎসা বিজ্ঞানৰ শিক্ষা, মহাবিদ্যালয়, দন্ত বিশ্ববিদ্যালয় তথা দন্ত চিকিৎসা সেৱাৰ শাসনকৰ্তা
প্ৰধান  কাৰ্যালয় নতুন দিল্লী
অঞ্চল এইৱান-ই-গালিব মাৰ্গ

ক'টলা ৰোড, টেম্পল লেন

নতুন দিল্লী-১১০০০২
আনুষ্ঠানিক  ভাষা ইংৰাজী আৰু হিন্দী
সভাপতি ডাঃ দিবেন্দু মজুমদাৰ
মূল  ক্ষমতা পৰিষদ
ভুক্তি স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়
ৱেবছাইট http://www.dciindia.org.in/

উদ্দেশ্য সম্পাদনা কৰক

  • দেশজুৰি দন্ত চিকিৎসাবিজ্ঞানৰ সম শিক্ষা প্ৰদান কৰা।‌
  • দন্ত চিকিৎসক, ডেণ্টেল হাইজেনিষ্ট, ডেণ্টেল মেকানিকচ সকলৰ বাবে শিক্ষাৰ কাৰ্য্যসূচী তৈয়াৰ কৰা।‌
  • পৰীক্ষা আৰু যোগ্যতাৰ মানদণ্ড বজাই ৰখা।‌

ভৱিষ্যত সম্পাদনা কৰক