ভাৰতৰ ম'বাইল নেটৱ'ৰ্ক অপাৰেটৰ

স্থান অপাৰেটৰৰ নাম ব্যৱহৃত প্ৰযুক্তি গ্ৰাহক পৰিসংখ্যা
(মিলিয়নত)
মালিকীস্বত্ত্ব
এয়াৰটে'ল জি এছ এম
এড্জ
হাই স্পীড পেকেট একচেছ
টি ডি-এল টি ই
১৮৮.৭৯ (এপ্ৰিল ২০১৩) [1] ভাৰতী এন্টাৰপ্ৰাইজেছ (৬৪.৭৬%)
ছিংটেল (৩২%)
ভ'ডাফ'ন (৪.৪%)
আইডিয়া চেলুলাৰ জি এছ এম
এড্জ
হাই স্পীড পেকেট একচেছ
১২২.৮৯ (এপ্ৰিল ২০১৩)[1] আদিত্য বিৰলা (৮০.৯%)
এক্সিয়াটা গ্ৰুপ বাৰহাড (১৯.১%)
ৰিলায়েন্স কমিউনিকেছনছ চি ডি এম এ ৱান
ই ভি ডি অ'
জি এছ এম
হাই স্পীড পেকেট একচেছ
ৱাইমেক্স
১৫৪.১১ (ছেপ্তেম্বৰ ২০১২) ৰিলায়েন্স ধীৰুভাই আম্বানী গ্ৰুপ (৬৭%)
পাব্লিক (২৬%)
ভ'ডাফ'ন জি এছ এম
এড্জ
হাই স্পীড ডাটা পেকেট একচেছ
১৫৩.৭৭ (এপ্ৰিল ২০১৩)[1] ভ'ডাফ'ন (১০০%)
বি এছ এন এল জি এছ এম
এড্জ
হাই স্পীড ডাটা পেকেট একচেছ
হাই স্পীড পেকেট একচেছ+
চি ডি এম এ ৱান
ই ভি ডি অ'
ৱাইমেক্স
ৱাই-ফাই
৯৭.১৭ (এপ্ৰিল ২০১৩)[1] চৰকাৰী
টাটা ড'ক'ম' চি ডি এম এ, পূৰ্বতে টাটা ইণ্ডিকম (এন টি টি ড'ক'ম'ৰ ২৬% অংশ টাটা ড'ক'ম' আৰু টি২৪ সেৱাত আছে)
টাটা ড'ক'ম' GSM
ভাৰ্জিন ম'বাইল জি এছ এম আৰু চি ডি এম এ
টক২৪/টি২৪ জি এছ এম
চি ডি এম এ
ই ভি ডি অ'
জি এছ এম
এড্জ
হাই স্পীড পেকেট একচেছ+
৯০.০৯ (আগষ্ট ২০১২)[2] টাটা টেলিচাৰ্ভিছেজ (৭৪%)
এন টি টি ড'ক'ম'' (২৬%)
এয়াৰচে'ল জি এছ এম
এড্জ
হাই স্পীড ডাটা পেকেট একচেছ
৬০.০৮ (এপ্ৰিল ২০১৩)[1] মাক্সিছ কমিউনিকেছনছ বাৰহাড (৭৪%)
এপ'ল' হস্পিটেল (২৬%)
য়ুনিনৰ জি এছ এম
এড্জ
৩১.৮৪ (এপ্ৰিল ২০১৩)[1] য়ুনিটেক ৱায়াৰলেছ
টেলিনৰ (৬৭.২৫%)
য়ুনিটে'ক গ্ৰুপ (৩২.৭৫%)
এম টি এছ ভাৰত চি ডি এম এ
ই ভি ডি অ'
১৪.০১ (অক্টোবৰ ২০১১) চিষ্টেমা (৭৩.৭১%)
শ্যাম গ্ৰুপ (২৩.৭৯%)
১০ ভিডিঅ'কন জি এছ এম
জি পি আৰ এছ
এড্জ
২.১৩ (এপ্ৰিল ২০১৩)[1] ভিডিঅ'কন
১১ এম টি এন এল জি এছ এম
হাই স্পীড ডাটা পেকেট একচেছ
চি ডি এম এ
৪.৭১ (এপ্ৰিল ২০১৩)[1] চৰকাৰী
১২ লুপ ম'বাইল জি এছ এম
এড্জ
৩.০২ (এপ্ৰিল ২০১৩)[1] এচাৰ গ্ৰুপ (৮.০%)
চান্টা ট্ৰেডিং প্ৰাইভেট লিমিটেড (৮৫.৭৫%)
১৩ পিং ম'বাইল জি এছ এম ভিডিঅ'কনৰ জড়িয়তে
চি ডি এম এ
১.১৫ (অক্টোবৰ ২০১১) এইছ এফ চি এল ইনফ'টে'ল লিমিটেড

অ-কাৰ্যক্ষম সম্পাদনা কৰক

নিম্নোক্ত মোবাইল অপাৰেটৰ কেইটা আগেয়ে ভাৰতত সেৱা প্ৰদানকাৰী আছিল যদিও বৰ্তমান এইকেইটা কাৰ্যক্ষম নহয়। আন কোম্পানীৰ দ্বাৰা অধিগ্ৰহণ নাইবা সেৱা বন্ধ কৰি দিয়াৰ ফলত এইকেইটা অ-কাৰ্যক্ষম হয়।

  • চীয়েৰ্ছ ম'বাইল [3]
  • এছ টে'ল
  • এছক'টে'ল
  • স্পাইছ ম'বাইল
  • পিং ম'বাইল

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক