ভিয়েটনামী ৱিকিপিডিয়া

ভিয়েটনামী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভিয়েটনামী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৭৩,৬৪৫টা প্ৰবন্ধ আছে।

Favicon of Wikipedia ভিয়েটনামী ৱিকিপিডিয়া
Wikipedia-logo-v2-vi.svg
ইউ আৰ এল vi.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ভিয়েটনামী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২২ চনত ভিয়েটনামী ৱিকিপিডিয়াৰ ১২,৭৩,৬৪৫ টা প্ৰবন্ধ, ৮,৭০,০০০ গৰাকী সম্পাদক, ২০ গৰাকী প্ৰশাসক আৰু ২৪,২৪৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৮৭,২৯,৭৮৩।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

ভিয়েটনামী ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক