ভীমৰাও কেচৰকাৰ
ভাৰতীয় পেৰা-এথলীট
ভীমৰাও কেচৰকাৰ (ইংৰাজী: Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত[1] ৰূপৰ পদক অৰ্জন কৰিছিল। সেইবছৰৰ পেৰালিম্পিক সমাৰোহত কেচৰকাৰৰ ১টা পদক আৰু যোগিন্দৰ সিং বেদীৰ ৩টা পদকেৰে ভাৰতে মুঠ ৪টা পদক লাভ কৰিছিল[2] আৰু ৫৪খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ৩৭তম স্থানত আছিল।
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ভাৰত | ||
পেৰালিম্পিক | ||
১৯৮৪ ষ্টোক মেণ্ডেভিল | জেভলীন এল৬ |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Three women and 16 men from India are off to Rio. This time, it's for the Paralympics Games". Scroll.in. September 3, 2016. https://scroll.in/field/815605/three-women-and-16-men-from-india-are-off-to-rio-this-time-it-s-for-the-paralympics-games.
- ↑ Aug 23, PTI / Updated:; 2021; Ist, 12:54. "India at Paralympics: Meet the past medallists" (en ভাষাত). https://timesofindia.indiatimes.com/sports/tokyo-paralympics/india-at-paralympics-meet-the-past-medallists/articleshow/85556214.cms.