ভৈৰৱকুণ্ড

ভাৰতৰ এখন গাওঁ


ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।

ভৈৰৱকুণ্ড
—  নগৰ  —
Country  ভাৰত
State অসম
District ওদালগুৰি
উচ্চতা ৭০৩ মিটাৰ (২,৩০৬.৪৩ ফুট)
সময় অঞ্চল IST / BST (গ্ৰী.মা.স.+5:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS
যানবাহনৰ নম্বৰ AS