ভৌগোলিক তথ্য ব্যৱস্থা
ভৌগোলিক তথ্য ব্যৱস্থা (Geographic information system) হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ (GIS) বুলি কোৱা হয়। জি আই এছ এপ্লিকেছন আহিলাসমূহৰ সহায়ত তথ্যসমূহ বিশ্লেষণ কৰিব পাৰি, মানচিত্ৰত উপস্থাপন কৰিব পাৰি আৰু ইয়াৰ ব্যৱহাৰ যিকোনো কামত সিদ্ধান্ত লোৱাত কৰিব পাৰি[1][2]।
বিকাশৰ ইতিহাসসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Clarke, K. C., 1986. Advances in geographic information systems, computers, environment and urban systems, Vol. 10, pp. 175–184.
- ↑ "Geographic information system: Old principles with new capabilities". Urban Design International খণ্ড 16 (1): 1–6. 2011. doi:10.1057/udi.2010.25. http://www.palgrave-journals.com/udi/journal/v16/n1/abs/udi201025a.html.