মেইতেই ৱিকিপিডিয়া

(মণিপুৰী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)

মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়ামণিপুৰী ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত ১০,২৮৭টা প্ৰবন্ধ আছে।[1][2]

পূৰ্বৰ প্ৰস্তাৱিত লগ'সমূহ সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক