মনোবিজ্ঞানী
মনোবিজ্ঞানী (ইংৰাজী: Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে। এই বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰেকৰ্ডিঙৰ দ্বাৰা ব্যক্তিবিশেষৰ পাৰস্পৰিক আন্তঃসম্পৰ্ক আৰু পৰিৱেশৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ মূল্যাংকন কৰে।[1]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ U.S. Department of Labor, Bureau of Labor Statistics, Occupational Outlook Handbook: Psychologists