মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ইংৰাজী: Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।[1] ২০০৩ চনত ৰাম ভাঞ্জি সুতাৰৰ দ্বাৰা নিৰ্মিত, এই সুন্দৰ ব্ৰঞ্জৰ মূৰ্তিটো এটা পালিশ কৰা গ্ৰেনাইট আধাৰৰ ওপৰত স্থাপিত। [2]

মহাত্মা গান্ধী
বছৰ ২০০৪ (২০০৪)
প্ৰকাৰ প্ৰতিমূৰ্তি
বিষয় মহাত্মা গান্ধী
অৱস্থিতি হিউষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ

29°43′16″N 95°23′18″W / 29.721156°N 95.388357°W / 29.721156; -95.388357স্থানাংক: 29°43′16″N 95°23′18″W / 29.721156°N 95.388357°W / 29.721156; -95.388357

বাহ্যিক সংযোগসমূহ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. https://www.hermannpark.org/place/165/
  2. https://www.houstontx.gov/parks/artinparks/pdfs/MahatmaGandhi.pdf