মহানন্দ মজিন্দাৰ বৰুৱা (ইংৰাজী: Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।

মহানন্দ মজিন্দাৰ বৰুৱা
জন্ম ৬ ছেপ্টেম্বৰ, ১৯৪৩
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ২০ মে', ২০১০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা কণ্ঠশিল্পী

কৰ্মজীৱন

সম্পাদনা কৰক


তথ্য সংগ্ৰহ

সম্পাদনা কৰক