মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।
মহাৰাষ্ট্ৰ महाराष्ट्र |
|||
---|---|---|---|
— ভাৰতৰ ৰাজ্য — | |||
|
|||
ভাৰতৰ মানচিত্ৰত মহাৰাষ্ট্ৰৰ অৱস্থান | |||
দেশ | ভাৰত | ||
অঞ্চল | পশ্চিম ভাৰত | ||
স্থাপন | ১ মে ১৯৬০† (মহাৰাষ্ট্ৰ দিৱস) | ||
ৰাজধানী | মুম্বাই | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ভগৎ সিং কোশাৰি | ||
- মুখ্যমন্ত্ৰী | উদ্ধব ঠাকৰে (শিব সেনা) | ||
- হাইকোৰ্ট | বম্বে হাইকোৰ্ট | ||
মাটিকালি | |||
- মুঠ | ৩,০৭,৭১৩ কি.মি.২ (১,১৮,৮০৮.৭ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৩য় | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১১,২৩,৭২,৯৭২ জন | ||
- স্থান | ২য়তম | ||
- জনঘনত্ব | ৩৬৫.২ প্ৰতি বৰ্গ কি.মি. (৯৪৫.৮ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | মহাৰাষ্ট্ৰি | ||
সময় অঞ্চল | ভাৰতীয় প্ৰমাণ সময় (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | ভা-মহা | ||
যানবাহনৰ নম্বৰ | MH-**-**** | ||
মাউসূ | ![]() |
||
মাউসূ | ১২তম, GDP $২৮৮ বিলিয়ন (২০১৫) অৰ্থনৈতিক অৱস্থান ১ম | ||
সাক্ষৰতা | ৮২.৯ (৬ষ্ঠ) | ||
লিংগনুপাত | ৯২৯ ♀/১০০০ ♂ (২০১১) | ||
চৰকাৰী ভাষা | মাৰাঠী | ||
ৱেবছাইট | www |