মাটিমাহ
(মাটিডাইলৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মাটি ডাইল হৈছে অসমীয়া খাদ্যবিশেষ। মাটি মাহ হ'ল এবিধ মাহজাতীয় শস্য। ই দেখাত মগু মাহৰ দৰেই। ইয়াৰ ৰং ক'লা। ই বৰ পিছল। প্ৰবাদ অনুসৰি পুৰণা দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটি মাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল। ই অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বিশেষকৈ খাৰ দিয়া মাটিডাইলৰ জোল অসমীয় খাদ্যৰ অন্যতম চিনাকী। ইয়াৰ উপৰিও অসমীয়া বিবাহ আদি অনুষ্ঠানত বৰ-কন্যাক নোৱাবলৈ মাটিমাহ আৰু হালধিৰ মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। গৰুবিহুৰ দিনা গৰুক আৰু মানুহৰ বিহুৰ দিনা মানুহে মাহ-হালধি নোৱাবলৈ ব্যৱহাৰ কৰে।