মানস কন্যা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মানস-কন্যা হৈছে অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত 'হেঙুল থিয়েটাৰ'ৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
সম্পাদনা কৰকআকাশদ্বীপ, আঙুৰলতা, বিপুল বৰা, আলোকজ্যোতি, জীৱন হাতীকাকতী আদি।
মূল-কাহিনীভাগ
সম্পাদনা কৰকএজন অতি দুখীয়া অথচ অতি জেদী আৰু অতি খঙাল যুৱকৰ ভুমিকাত আকাশদ্বীপ আৰু ধনীৰ দুলালীৰ ভূমিকাত আঙুৰলতাই অভিনয় কৰিছিল। নায়কৰ হঠাতে উঠা খং আৰু মাৰপিত কৰা স্বভাৱৰ বাবেই নায়িকাই মূৰত দুখ পাইছিল। কাহিনীৰ পাকচক্ৰত পৰি নায়কক ড্ৰাইভাৰ হিচাপে নায়িকাৰ পিতৃয়ে নিযুক্তি দিছিল। কালক্ৰমত সেয়াই কাল হয় আৰু নায়ক-নায়িকা প্ৰেমত পৰে আৰু অৱশেষত ঘৰৰ অমান্তিত বিয়াত বহে। বিয়াৰ পাছত তেওঁলোকৰ সুখৰ সংসাৰলৈ এগৰাকী কন্যা সন্তান আহিল। কিন্তু এই মানস কন্যাৰ ভৰণ পোষনত হোৱা অসুবিধা আৰু নায়িকাৰ পূৰ্ৱৰ প্ৰেমিকাৰ চলনাত নায়ক-নায়িকাৰ বিচ্ছেদ হয়। নায়ক-নায়িকাৰ পুনৰ মিলন হ’ল নে নাই আৰু ইয়াত তেওঁলোকৰ মানস- কন্যাৰ কি ভূমিকা এইবোৰ প্ৰশ্নৰেই আগবাঢ়িছে ‘মানস- কন্যা’ৰ পৰৱৰ্তী নাট্য মুহুৰ্তবোৰ। নাটকখনত নাট্যকাৰে নাটকৰ দৰে সংলাপ, কথাছবিৰ দৰেই নৃত্য-গীত- একশ্যন, হাঁহি-চকুলো সকলো দিবলৈ চেষ্টা কৰিছে।