মায়াবন সাহিত্য বঁটা
অসমীয়া সাহিত্য জগতৰ এক বঁটা
মায়াবন সাহিত্য বঁটা (ইংৰাজী: Mayaban Sahitya Award) হ'ল প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত অসমীয়া সাহিত্য জগতৰ এক বঁটা। এই বঁটা ২০২২ চনত মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ’ব।[1][2]
মায়াবন সাহিত্য বঁটা | |
---|---|
প্ৰদান কৰা হয় | অসমৰ সাহিত্য জগতত |
অৱস্থান | মায়াবন, মাৰ্ঘেৰিটা, অসম |
দেশ | ভাৰত |
পুৰস্কাৰ | এখন স্মাৰক, মানপত্ৰ, কিছু উপহাৰ আৰু ৪ লাখ টকা |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ২০২২ |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "৪ লাখ টকা ধনৰাশিৰ ‘মায়াবন সাহিত্য বঁটা’" (as ভাষাত). অসমীয়া প্ৰতিদিন. Archived from the original on 1 February 2022. https://web.archive.org/web/20220201104828/https://www.asomiyapratidin.in/mayaban-sahitya-bata-news/। আহৰণ কৰা হৈছে: 1 February 2022.
- ↑ "'মায়াবন সাহিত্য' প্ৰদানৰ ঘোষণা" (as ভাষাত). দৈনিক অসম. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2022/01/18/dainik-asam/3544/epaper-page-9?infinitescroll=1। আহৰণ কৰা হৈছে: 1 February 2022.